ডিজিটেল ডেস্কঃ হোজাইৰ ঠেপলাগুৰিত দিন দুপৰতে বনৰীয়া হাতীৰ মুক্ত বিচৰণ।
পশ্চিম কাৰ্বি আংলং সংযোগী পথৰ থেপেলাগুৰি বনাঞ্চলৰ পথত বিচৰণ বনৰীয়া হাতীৰ পালৰ।
মানুহলৈ লৈছে চোঁচা।
দুই চাইকেল আৰোহী আৰু এখন টেম্পোক আক্ৰমণ কৰিবৰ বাবে চোঁচা বনৰীয়া হাতীৰ।
আতংকিত হৈ পৰিছে জনতা।
সমগ্ৰ দৃশ্য বন্দী পথচাৰীৰ ম'বাইল কেমেৰাত
বনৰীয়া হাতীৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে দুই চাইকেল আৰোহীৰ।
দীর্ঘদিন ধৰি উক্ত অঞ্চলত বনৰীয়া হাতীৰ পালটোৱে চলাই আছে সন্ত্ৰাস।
বনবিভাগক এই সমস্যাৰ সমাধান কৰিবলৈ দাবী জনতাৰ।
উৎস- দৈনিক জনমভূমি
Leave A Comment