• নাওবৈচা বৰগঞা খাগৰীত বিশ্ব পৰিৱেশ দিৱস উদযাপন; আলোচনা চক্ৰ সম্পন্ন

    আঞ্চলিক
    নাওবৈচা বৰগঞা খাগৰীত বিশ্ব পৰিৱেশ দিৱস উদযাপন; আলোচনা চক্ৰ সম্পন্ন

    ডিজিটেল ডেস্ক: নাওবৈচাৰ বৰগঞা খাগৰী মধ্য ৰঙানদী জনজাতি হাইস্কুলত
    প্ৰতিকূল বতৰকো নেওচি আজি বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি এখন সভা অনুষ্ঠিত হয়৷
    পুৱাই বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী
    ,
    শিক্ষক-শিক্ষয়িত্ৰী আৰু স্থানীয় ৰাইজে বিদ্যালয়ৰ প্ৰাংগনত
    গছপুলি ৰোপণ কৰে। ইয়াৰ পাছত ছাত্ৰ-ছাত্ৰী আৰু ৰাইজৰ মাজত পৰিৱেশ সজাগতা বৃদ্ধি কৰাৰ
    উদ্দেশ্যে এখনি আলোচনা চক্ৰ সম্পন্ন হয়৷

    আলোচনা চক্ৰখনৰ শুভাৰম্ভণি কৰে সভাৰ সভাপতি
    ভুবন নাথে৷ বিশ্ব পৰিৱেশ দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে সভাৰ সম্পাদক যোগেশ্বৰ মৰাঙে।আলোচনা
    চক্ৰত দ্বীপেন দত্তই বৰ্তমান সময়ত পৰিৱেশ দিৱসৰ প্ৰাসংগিকতা আৰু অভাৱনীয় পৰিমাণত
    হোৱা পৰিৱেশ ধ্বংসৰ ফলত ভৱিষ্যতে হ
    বপৰা ভয়ংকৰ পৰিস্থিতিৰ বিষয়ে এক বক্তব্য আগবঢ়ায়৷
    আলোচনা চক্ৰত ব্ৰজেন নৰহে পৰিৱেশ সম্পৰ্কীয় বিভিন্ন দিশত নিজৰ বক্তব্য আগবঢ়ায়৷



    minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:minor-latin;
    mso-bidi-language:BN">বিদ্যালয়খন আজি অনুষ্ঠিত উক্ত কাৰ্যসূচীত উপস্থিত থাকি সহযোগিতা
    আগবঢ়াই নাৰায়ণ ঙাটে
    , mso-ascii-font-family:Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:
    Calibri;mso-hansi-theme-font:minor-latin;mso-bidi-language:BN">পংকজ কামান
    , mso-ascii-font-family:Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:
    Calibri;mso-hansi-theme-font:minor-latin;mso-bidi-language:BN">ধন পায়েং
    , mso-ascii-font-family:Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:
    Calibri;mso-hansi-theme-font:minor-latin;mso-bidi-language:BN">মধু মৰাং
    , mso-ascii-font-family:Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:
    Calibri;mso-hansi-theme-font:minor-latin;mso-bidi-language:BN">লখিমপুৰ জিলা নেহৰু
    যুৱ কেন্দ্ৰৰ ৰাষ্ট্ৰীয় স্বেচ্ছাসেৱক অৰুণ ঙাটে আৰু বিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰীসকলে।