• কোভাক্সিনে আনিছে ভাল খবৰ

    বিজ্ঞান আৰু প্ৰযুক্তি
    কোভাক্সিনে আনিছে ভাল খবৰ

    ডিজিটেল ডেস্ক: ভাৰত বায়’টেকৰ দ্বাৰা প্ৰস্তুত ভেকচিন কোভাক্সিনে এতিয়াও লাভ কৰা নই বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমোদন। ইউৰোপীয় দেশসমূহেও কোভাক্সিনক স্বীকৃতি প্ৰদান কৰা নাই। ফলত বিদেশ ভ্ৰমণৰ ক্ষেত্ৰত কোভাক্সিন গ্ৰহণ কৰা ভাৰতীয় নাগৰিকসকলে বাধাৰ সন্মুখীন হৈ আহিছে।





    অৱশ্যেই ভাৰত বায়’টেকে বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা অনুমোদন লাভৰ বাবে চেষ্টা অব্যাহত ৰাখিছিল। বিগত জুলাই মাহতে প্ৰতিষ্ঠানটোৱে যাৱতীয় নথিপত্ৰ জমা দিছিল বিশ্ব স্বাস্থ্য সংস্থাৰ হাতত। জুলাই মাহৰ ৯ তাৰিখে বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য বিজ্ঞানী সৌম্য স্বামীনাথনে চাৰিৰ পৰা ছয় সপ্তাহৰ ভিতৰত কোভাক্সিনে অনুমোদন লাভ কৰাৰ সম্ভাৱনীয়তাৰ কথা ব্যক্ত কৰিছিল।






    যি নহওঁক, এতিয়া বিশ্বস্ত এক সূত্ৰৰ পৰ জানিব পৰা মতে কোভাক্সিনে যাৱতীয় অনুমোদন লাভ কৰাৰ বাবে আৰু বেছি দিন অপেক্ষা কৰিবলগীয়া নহ’ব দেশবাসীয়ে।সকলো ঠিকে থাকিলে চলিত সপ্তাহতেই এই অনুমোদন লাভৰ সম্ভাৱনা প্ৰবল।উল্লেখ্য যে পৰীক্ষণৰ সময়ত কোভাক্সিন লক্ষণযুক্ত ৰোগীৰ ক্ষেত্ৰত ৭৭.৮ শতাংশ, লক্ষণহীন ৰোগীৰ ক্ষেত্ৰত ৬৩ শতাংশ আৰু ডেল্টা ভেৰিয়েণ্ট প্ৰতিৰোধৰ ক্ষেত্ৰত ৬৫ শতাংশ কাৰ্যক্ষম বুলি প্ৰমাণিত হৈছিল।


    sv388sv388sabung ayam onlinesv388agen sabung ayamsitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesv388sv388agen sabung ayamlive casinosv388slot server thailandslotlive casino onlineagen sabung ayamlive casino Onlinescatter hitamhongkong poolslive casino onlinesabung ayam onlinelive casino onlinesabung ayam online