• আইচিচি এদিনীয়া ৰেংকিং তালিকাত শীৰ্ষ-৪ত বিৰাট কোহলী

    ক্ৰীড়া
    আইচিচি এদিনীয়া ৰেংকিং তালিকাত শীৰ্ষ-৪ত বিৰাট কোহলী
    ডিজিটেল ডেস্ক : ভাৰতৰ তাৰকা বেটাৰ বিৰাট কোহলী শেহতীয়াকৈ ঘোষিত আই চি চি এদিনীয়া ৰেংকিং তালিকাত বেটাৰৰ শাখাত চতুর্থ স্থানলৈ উন্নীত হৈছে। 

    অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চেম্পিয়নছ ট্ৰফীৰ মঙলবাৰৰ ছেমি ফাইনেলত মেচ জয়ী প্রদর্শন দাঙি ধৰাৰ সুবাদতে শীর্ষ-৪-ত প্ৰৱেশ কৰিছে কোহলীয়ে। চলিত চেম্পিয়নছ ট্রফীত এই পর্যন্ত দুৰন্ত ফর্ম অব্যাহত ৰখা কোহলীয়ে ১টা শতৰান আৰু এটা অর্ধ-শতৰানৰ সহায়ত ৭২.৩৩ গড়ে ৪টা ইনিংছত সংগ্রহ কৰিছে ২১৭ ৰান। 

    ইফালে, কোহলীৰ সতীর্থ শুভমন গীলে ৭৯১ ৰেটিং পইন্টেৰে শীৰ্ষস্থান অক্ষত ৰাখিছে। আনহাতে, অলৰাউণ্ডাৰৰ তালিকাত অক্ষৰ পেটেলে ১৯৪ ৰেটিং পইন্ট গোটাই ১৭টা স্থান আগুৱাই ত্রয়োদশ স্থানত উপনীত হৈছে। ইফালে, বলাৰৰ তালিকাত ভাৰতৰ মহম্মদ ছামীয়ে ৬০৯ ৰেটিং পইন্টেৰে তিনিটা স্থান আগুৱাই একাদশ স্থানত ৰৈছে।


    উৎসঃ দৈনিক জনমভূমি

     
    sv388sv388INDOJAWA88mix parlay sbobetcasino onlinesabung ayam onlinejudi baccarat onlinesabung ayam onlinecasino onlinesabung ayam online livezeus slotslotsitus slotlive casino onlinesv388scatter hitamsabung ayam onlineagen casino onlineslot qrissbobet88sv388baccarat onlineslot maxwin