• নিৰ্বাচকক বাধ্য কৰাইছে কাৰ্তিকে…! কোন কিংবদন্তীৰ মুখত কাৰ্তিক বন্দনা ?

    ক্ৰীড়া
    নিৰ্বাচকক বাধ্য কৰাইছে কাৰ্তিকে…! কোন কিংবদন্তীৰ মুখত কাৰ্তিক বন্দনা ?

    ডিজিটেল ডেস্কঃ
    আইপিএলৰ পঞ্চদশ ছিজনত কৰা  তাৰকাময় প্ৰদৰ্শনৰ বাবে
    বছৰৰ পাছত
    পুনৰ ভাৰতীয় দললৈ ঘূৰি আহিছে দীনেশ কাৰ্তিক।
    বৰ্তমান ভাৰত-দক্ষিণ আফ্ৰিকাৰ
    মাজত অুষ্ঠিত পাঁচখন খেলৰ
    টি-২০ শৃংখলাত খেলি আছে কাৰ্তিকে। ভাৰতৰ প্ৰাক্তন কিংবদ
    ন্তী
    কপিল দেৱে ৩
    বছৰীয়া উইকেটৰক্ষক-বেটছমেন দীনেশ কাৰ্তিকৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰা দেখা গৈছে।



    কপিল দেৱে এক অনুষ্ঠানত কয়, ‘আমি যদি ধাৰাবাহিকতাৰ
    কথা কওঁ
    , তেন্ত এতিয়া দীনেশ কাৰ্তিক
    শীৰ্ষত আছে। ঈশান কিষাণ আছে। কিন্তু আইপিএলৰ নিলামত
    যিয়ে বিপুল পৰিমাণৰ ধন লাভ কৰিছিল, তেওঁলোকে কিন্তু সেই হেঁচা ল’ব পৰা নাছিল। মই কেতিয়াও ইমান টকা পোৱা
    নাছিলো।
    সেইবাবে মই এই বিষয়ে ক’ব নোৱাৰিম। মই নাভাবো যে ক‌াৰ্তিকে টি-২০ ক্ৰিকেটত
    ঋষভ পণ্টক অতিক্ৰম কৰিছে।তথাপি কাৰ্তিকে ভাল প্ৰদৰ্শন আগবঢ়াইছে। ইমানেই ভাল প্ৰদৰ্শন
    আগবঢ়াইছে যে, নিৰ্বাচকে তেওঁক দলত ল’বলৈ বাধ্য হৈছে। ঋষভ যুৱ ক্ৰিকেটাৰ। কাৰ্তিকৰ অভিজ্ঞ খেলুৱৈতেওঁৰ বিষয়ে যিমান  ক’লেও শেষ নহ’ব। এম এছ ধোনীৰ
    আগতেই
    খেলিবলৈ আৰম্ভ কৰিছিল তেওঁ আৰু আজিও খেলি আছে কাৰ্তিকে



    উল্লেখ্য যে, দেশৰ জাৰ্ছীত শেষবাৰৰ বাবে ২০১৯ চনৰ বিশ্বকাপ খেলিছিল কাৰ্তিকে। আইপিএলত ফায়াৰ ফৰ্মত আছিল কাৰ্তিক। যেন কাৰ্তিকৰ এয়া নতুন
    ৰূপ! কলকাতা নাইট ৰাইডাৰ্ছৰ জাৰ্ছীত দুটা ছিজন
    টোৱা কাৰ্তিকসদ্য সমাপ্ত আইপিএলত ৫.৫
    কোটি টকাৰ বিনিময়ত ৰয়েল চেলেঞ্জাৰছ
    বাংগালুৰুৱে ক্ৰয়
    কৰিছিলবাংগালুৰুৰ বাবে কাৰ্তিক হৈ পৰিছিল
    পূৰ্ণাংগ ফিনিছাৰ
    ১৮৩.৩৩ ৰান ৰেট
    সহায়তখন মেচত ৩৩০ ৰান সংগ্ৰহ কৰিছে কাৰ্তিকে