• ক্ৰিকেটৰ কলংকিত অধ্যায়…হৰভজনৰ স্বীকাৰোক্তি, ‘শ্ৰীসন্থক চৰ মৰাটো মোৰ ভুল আছিল’

    ক্ৰীড়া
    ক্ৰিকেটৰ কলংকিত অধ্যায়…হৰভজনৰ স্বীকাৰোক্তি, ‘শ্ৰীসন্থক চৰ মৰাটো মোৰ ভুল আছিল’

    ডিজিটেল ডেস্কঃ ইণ্ডিয়ান
    প্ৰিমিয়াৰ লীগৰ উদ্বোধনী
    অনুষ্ঠানৰ অন্যতম বিতৰ্কিত অধ্যায়
    আছিল হৰভজন সিঙে এছ
    শ্ৰীসন্থক সোধোৱা এটা চৰভাৰতীয় ক্ৰিকেটৰ ইতিহাসত
    স্লেপগেট কেলেংকাৰী হিচাপে কুখ্যাত হৈ পৰিছে
    এই বিষয়টোজ্জীৰ চৰত উচুপি উঠিছিল কিংছ ইলেভেন পঞ্জাৱৰ শ্ৰীসন্থ। বিচিচিআইয়ে বিষয়টো একেবাৰে সহজভাৱে লোৱা নাছিল। এনে অনাকাংক্ষিত
    কাণ্ড সংঘটিত কৰাৰ অপৰাধত হৰভজনক শাস্তিও বিহিছিল ভাৰতীয় ব’ৰ্ডে।



    ক্ৰিকেট ইতিহাসৰ এই কুখ্যাত
    অধ্যায়টোক লৈ হৰভজ
    নে কেইবাবাৰো প্ৰশ্নৰ সন্মুখীন হৈছে। অৱশ্যে, ইমান দিনৰ পাছত টাৰ্বনেটৰে নিজৰ ভুল
    স্বীকাৰ কৰিলে। সেইদিনা
    এই ভুলৰ বাবে লজ্জিত বুলিও মন্তব্য
    কৰে হৰভজনে



    গ্লান্স লাইভ ফেষ্টত হৰভজনে কয়, ‘ যি ঘটিছিল সেয়া ঠিক নহয়। মই ভুল কৰিছিলোঁ। বিব্ৰত হৈ উঠিছিল মোৰ সতীৰ্থসকল ময়ো লাজ পাইছো।’



    হৰভজনে লগতে কয়, ‘ভুল শুধৰাবলৈ কোনো সুযোগ পোৱাহেঁতেন খেলপথাৰত শ্ৰীসন্থৰ লগত যি ব্যৱহাৰ কৰিছিলোঁ, তাক মই শুধৰাবলৈ চেষ্টা কৰিলোহেঁতেন। সেয়া হোৱা উচিত
    নাছিল।
    মই যেত‌িয়াই এই বিষয়ে ভাবিছো, তেত‌িয়াই মনে ধৰিছে যে
    ইয়াৰ কোনো প্ৰয়োজন না
    ছিল