• অপ্ৰতিৰোধ্য মেছীৰ ৫ গ’ল…কিংবদন্তি পেলেক অতিক্ৰম ছুপাৰষ্টাৰ মেছীৰ

    ক্ৰীড়া
    অপ্ৰতিৰোধ্য মেছীৰ ৫ গ’ল…কিংবদন্তি পেলেক অতিক্ৰম ছুপাৰষ্টাৰ মেছীৰ

    ডিজিটেল ডেস্কঃ পেছাদাৰিত্ব, ফুটবলৰ প্ৰতি প্ৰেম, ১১০ নং দলৰ বিৰুদ্ধে নিজকে প্ৰমাণ কৰাৰ হেঁপাহ, ইত্যাদি নানা কাৰকে সকলোতকৈ পৃথক কৰি তোলে তাৰকা ফুটবলাৰ
    লিঅ’নেল মেছীক। নহ
    লে তেওঁ ইষ্টনিয়াৰ দৰে ১১০ নং দলৰ বিৰুদ্ধে খে
    লে জানো! বাকী জ্যেষ্ঠ খেলুৱৈসকলে জিৰণি লৈ থকাৰ সময়তে মেছীয়ে পূৰ্বৰ এড্ৰিনেলিন বাদ দি খেলপথাৰলৈ ওভতেইয়াৰ
    লগে লগে আৰ্জেণ্টিনাৰ তাৰকাগৰাকীয়ে গঢ়ি তুলিছে নতুন নজিৰ।



    ইউৰোপীয় কাপ বা ইউএফএ
    চেম্পিয়নছ লীগত গ
    ল দিয়াৰ লগতে
    আন্তঃৰাষ্ট্ৰীয় ফুটবল মেচত ৫টা
    কৈল দিয়া প্ৰথমজন ফুটবলাৰৰ কৃতিত্ব
    অৰ্জন কৰিছে আৰ্জেণ্টিনাৰ অধিনায়ক লিঅ’নেল মেছীয়ে। তদুপৰি দেশৰ জাৰ্ছীত এখন মেচত ৫টা গ
    ল দি ইতিহাস ৰচনা কৰা প্ৰথমজন আৰ্জেণ্টিনাৰ খেলুৱৈ মেছী



     



    দেওবাৰে স্পেইনৰ আল ছাড্ৰ
    ষ্টেডিয়ামত ইষ্ট
    নিয়াৰ
    বিৰুদ্ধে অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় প্ৰীতি মেচখনত আৰ্জেণ্টিনাৰ হৈ
    মেছীয়ে ৫টা গল দিয়ে। প্ৰীতি মেচখনত ৫-০ গৰ ব্যৱধানত জয়লাভ
    কৰে আৰ্জেণ্টিনাই। ইয়াৰ লগে লগে আৰ্জেণ্টিনা একেৰাহে ৩৩ খন মেচত অপৰাজিত হৈ
    থকাৰো
    অভিলেখ গঢ়‌িবলৈ সক্ষম হয়।



    আৰ্জেণ্টিনাৰ মুখ্য প্ৰশিক্ষক লিঅ’নেল স্কোনীয়ে কয় যে, মেছীৰ বিষয়ে মই প্ৰকৃততে কি
    ম নাজানো। তেওঁক বৰ্ণনা কৰিবলৈ শব্দৰ অভাৱ। তেওঁ যি অভিলেখেই নগঢ়ে কিয়, সেয়া অনন্য। আৰু তেওঁক এই দলত পাই আনন্দিত হৈছো। মই মাত্ৰ
    তেওঁক ধন্যবাদ
    জনাম। তেওঁক দেখি মই বৰ উৎসাহিত হৈছো।’



     



    উল্লেখ্য যে, এই মেচখনৰ পিছতে
    মেছিয়ে ব্ৰাজিলৰ কিংবদন্তি
    ফুটবলাৰ পেলেৰ পিছতে ইতিহাসৰ দ্বিতীয় সৰ্বাধিক গ
    লদাতা হিচাপে পৰিগণিত হয়। ক্লা আৰু দেশৰ হৈ এতিয়াপৰ্যন্ত মেছীয়ে ৬৯টা গল দিছে। আনহাতে, ৰোনাল্ডোৰ মুঠ গলৰ সংখ্যা ১৩ টা। পেলেই তেওঁৰ বৰ্ণাধ্য ফুটবল কেৰিয়াৰত ৭৬৭টা গল দিছিল।