• এইগৰাকী তাৰকা খেলুৱৈ দলৰ অধিনায়ক হোৱাৰ আঁৰত আছে নেকি কোহলীৰ হাত? আৰচিবিয়ে দিলে ইংগিত

    ক্ৰীড়া
    এইগৰাকী তাৰকা খেলুৱৈ দলৰ অধিনায়ক হোৱাৰ আঁৰত আছে নেকি কোহলীৰ হাত? আৰচিবিয়ে দিলে ইংগিত
    ডিজিটেল ডেস্ক: আইপিএল ২০২৫ৰ পূৰ্বে ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৱে দলটোৰ অধিনায়ক হিচাপে নিযুক্তি দিছে ৰজত পাটিদাৰক। পাটিদাৰৰ আগতে ফাফ ডু প্লেছিছে দলটোৰ নেতৃত্ব দিছিল। পাটিদাৰ অধিনায়ক হোৱাৰ ক্ষেত্ৰত বিৰাট কোহলীৰ গুৰুত্বপূৰ্ণ ভূমিকা। অধিনায়ক হোৱাৰ পাছত পাটিদাৰক অভিনন্দন জনায় কোহলীয়ে। বিৰাটে লগতে কয় যে সমগ্ৰ দলটো তেওঁৰ লগত আছে। 

    আৰচিবিয়ে বিৰাট কোহলীৰ ভিডিঅ’ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে। কোহলীয়ে কয় যে এই ফ্ৰেঞ্চাইজিত থকাৰ সময়ত আপুনি যি ধৰণে প্ৰদৰ্শন আৰু অগ্ৰগতি লাভ কৰিছে, আৰচিবিৰ অনুৰাগীৰ হৃদয়ত আপুনি স্থান দখল কৰিছে। আপুনি এই পদৰ যোগ্য। মই আৰু দলৰ সদস্যসকল আপোনাৰ লগত সদায় আছো।" 

    পাটিদাৰ অধিনায়ক হোৱাৰ পিছত কোহলীয়ে সুখ প্ৰকাশ কৰে। পাটিদাৰৰ বাবে তেওঁ সুখী বুলি কয়।

    ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে বেংগালুৰুত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত নতুন অধিনায়কৰ নাম ঘোষণা কৰে ৷২০২৫ চনৰ আইপিএলত তেওঁ দলটোক নেতৃত্ব দিয়া দেখা যাব ।

    উল্লেখ্য যে, আৰচিবিৰ এই ঘোষণাৰ পূৰ্বে তাৰকা বেটছমেন বিৰাট কোহলী আৰু ৰজত পাটিদাৰ দুয়োকে এই পদৰ বাবে আটাইতকৈ ডাঙৰ প্ৰতিদ্বন্দ্বী হিচাপে বিবেচনা কৰা হৈছিল । বিৰাট কোহলী ২০০৮ চনৰ আইপিএলৰ প্ৰথম ছিজনৰ পৰাই আৰচিবিৰ সৈতে জড়িত হৈ আছে ।







    sv388sv388sabung ayam onlinesv388live casinosv388slot server thailandagen sabung ayamlive casino Onlinescatter hitamhongkong poolslive casino onlinesabung ayam onlinelive casino onlinesabung ayam onlinelive casino onlinesitus slot gacorlive casino onlinesabung ayam onlinesbobet88slot gacor malam iniINDOJAWA88INDOJAWA88sabung ayam onlinesabung ayam onlinesv388agen casino onlinesv388live baccarat onlinesbobet sv388 loginINDOJAWA88INDOJAWA88sv388INDOJAWA88INDOJAWA88sv388live casino onlinesv388live casino onlinemix parlay sbobetcasino onlinesabung ayam online