--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দীৰ্ঘদিন ধৰি গোৰেশ্বৰৰ বিভিন্ন স্থানত কুখ্যাত বাইক চোৰৰ চক্ৰটোৱে বাইকসমূহ চুৰি কৰি মেঘালয়ৰ ম’চুনগ্ৰাম সীমান্তত বিক্ৰী কৰি আহিছিল৷

ডিজিটেল ডেস্ক: গোৰেশ্বৰ আৰক্ষীৰ সফল অভিযান, ২খনকৈ চুৰি বাইকসহ গ্ৰেপ্তাৰ ৪ কুখ্যাত বাইকচোৰ। এক গোপন সূত্ৰৰ পম খেদি মেঘালয়ৰ ম’চুনগ্ৰামত গোৰেশ্বৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিতেশ বসুমতাৰী আৰু সহঃ আৰক্ষী বিষয়া দীপক বাড়োৱাটিয়ে চলাইছিল অভিযান।


অভিযানত ২ খনকৈ চুৰি বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হয় গোৰেশ্বৰ থানাৰ আৰক্ষীৰ দলটোৱে। বাইক চুৰি চক্ৰত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছে ৪ জন গভাইত চোৰক৷


ধৃত চোৰ কেইজন ক্ৰমে- সুকুমাৰ বড়ো( ৩৫), কৰন চুন্দি (২২),নিপু দাস (২৫),বাবু বসুমতাৰী (২৬)।


দীৰ্ঘদিন ধৰি গোৰেশ্বৰৰ বিভিন্ন স্থানত কুখ্যাত বাইক চোৰৰ চক্ৰটোৱে বাইকসমূহ চুৰি কৰি মেঘালয়ৰ ম’চুনগ্ৰাম সীমান্তত বিক্ৰী কৰি আহিছিল৷ মেঘালয় আৰক্ষীৰ সহযোগত গোৰেশ্বৰ আৰক্ষীয়ে এই অভিযান সফল হয়৷


ইতিমধ্যে ধৃত চোৰকেইজনক আজি গোৰেশ্বৰ থানালৈ আনি জেৰা অব্যাহত ৰাখিছে গোৰেশ্বৰ আৰক্ষীয়ে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ