--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত মাছুম উদ্দিন তপাদাৰ নামৰ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

ডিজিটেল ডেস্ক: মাদকবিৰোধী অভিযানত কাছাৰ আৰক্ষীৰ বৃহৎ সাফল্য। গোপন সূত্ৰৰ ভিত্তিত অসম মেঘালয় সীমান্তৰ কাছাৰৰ দিগৰখাল পুৰণি এমভিআই গেটৰ সমীপত ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই আৰক্ষীয়ে এখন ট্ৰাকৰ গোপন চেম্বাৰৰ পৰা প্ৰায় ৫০ হাজাৰটা সন্দেহযুক্ত য়াবা টেবলেট জব্দ কৰে।


কাছাৰৰ এছ এছ পি পাৰ্থ প্ৰতিম দাসৰ নেতৃত্বত চলোৱা অভিযানত AS-01GC-7852 নম্বৰৰ ট্ৰাকখনত তালাচী চলোৱা হয়। তালাচীৰ সময়ত ট্ৰাকখনৰ গোপন কক্ষৰ পৰা বৃহৎ পৰিমাণৰ সন্দেহযুক্ত য়াবা টেবলেট উদ্ধাৰ কৰে আৰক্ষীয়ে।


এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত মাছুম উদ্দিন তপাদাৰ নামৰ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। আৰক্ষীৰ তথ্য অনুসৰি, ট্ৰাকখনসহ আটকাধীন লোকজন বৰ্তমান গুমৰা আৰক্ষীৰ জিম্মাত আছে। জব্দকৃত য়াবাখিনিৰ চোৰাং বজাৰ মূল্য কেইবা কোটি টকা হ'ব বুলি জানিব পৰা গৈছে৷ 


ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ট্ৰাকৰ গোপন চেম্বাৰৰ পৰা ৫০ হাজাৰ য়াবা টেবলেট জব্দ, গ্ৰেপ্তাৰ ১
‘মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়া লোকসকলে পাকিস্তান, ISIৰ পৰা সাহস পাইছে!’ বিস্ফোৰক মন্তব্য বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ
শিশুৰ এই ৬টা লক্ষণক আওকাণ নকৰিব! লুকাই থাকিব পাৰে ভয়ংকৰ ৰোগ
বোল বমৰ তীৰ্থযাত্ৰীৰ পোছাক পৰিধান কৰি মোবাইল চুৰি বাবুল আলী আৰু শুকুৰ আলীৰ; দুয়োকে আটক বশিষ্ঠ আৰক্ষীৰ
জাগীৰোডত ভয়ংকৰ পথ দুৰ্ঘটনা; এহাল যুৱক-যুৱতী থিতাতে নিহত
ক্ষুদ্ৰ আকাৰৰ মুখা নিৰ্মাণ কৰি বিশ্ব অভিলেখ গঢ়িলে ওৰাঙৰ কণজিৎ মেধিয়ে
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
লোকসভাত শিক্ষা মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ; এবছৰত দেশৰ ১০ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ
আভ্যন্তৰীণ সংঘর্ষ-প্রতিবাদে চৰম পর্যায় পাইছে পাকিস্তানত
বিশ্বৰ সৰ্ববৃহৎ অর্থনীতিসমূহৰ তালিকাত ষষ্ঠ স্থানলৈ অৱনমিত ভাৰত
কেৰালাত ৰহস্যজনক মৃত্যু মাৰ্ঘেৰিটাৰ যুৱকৰ; শোকত ভাগি পৰিছে পৰিয়াল