বোল বমৰ তীৰ্থযাত্ৰীৰ পোছাক পৰিধান কৰি মোবাইল চুৰি বাবুল আলী আৰু শুকুৰ আলীৰ; দুয়োকে আটক বশিষ্ঠ আৰক্ষীৰ
আটকাধীন দুয়োজনেই ধুবুৰী জিলাৰ তামাৰহাটৰ বৰবালাচৰ গাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে।
আৰু পঢ়ক
আটকাধীন দুয়োজনেই ধুবুৰী জিলাৰ তামাৰহাটৰ বৰবালাচৰ গাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে।
আৰু পঢ়ক
জাগীৰোডৰ পৰা গুৱাহাটী অভিমুখী AS-01GG-8864 নম্বৰৰ মটৰচাইকেলৰ আৰোহী আছিল দুয়ো৷
আৰু পঢ়ক
দুই হাতত মাটি, গোবৰ, বাঁহ, কাপোৰ আৰু ৰঙৰ সমাহাৰ ঘটাই অসমীয়া পৰম্পৰাৰ গৰুড় পক্ষীৰ মুখাক ক্ষুদ্ৰ ৰূপত জীৱন্ত কৰি তুলিছে ওদালগুৰি জিলাৰ ওৰাঙৰ গেলাবিলৰ...
আৰু পঢ়ক
সমনীয়াসকলৰ সৈতে নদীত গা ধুবলৈ গৈছিল বিনতি ওৰাং। গা ধুই থকাৰ সময়তে হঠাৎ পানীৰ সোঁতত সন্ধানহীন হৈ পৰে কিশোৰীগৰাকী। লগত থকা সমনীয়াসকলে চিঞৰ-বাখৰ কৰে আ...
আৰু পঢ়কমুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ কৃষিখণ্ডৰ বাবে এক নতুন কৌশল ঘোষণা কৰিছে, য'ত ৰাজ্যৰ অনন্য কৃষিজাত সামগ্ৰীৰ বাবে ভৌগোলিক স্বীকৃতি (GI) টেগ আৰু জৈৱিক প্ৰমাণপত্ৰক অগ্ৰাধিকাৰ দিয়া হৈছে। ইয়াৰ লক্ষ্...
আৰু পঢ়কনিজৰ মাত্ৰ ৮ দিনীয়া নিষ্পাপ সন্তানক হত্যা কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মাতৃ চুমি নাথক(২৬)
আৰু পঢ়কপাহাৰৰ গোপন ঠাইত লুকুৱাই ৰখা ৫০ টা চাবোনৰ বাকচৰ ভিতৰত উদ্ধাৰ কৰা হয় ৬৬৫ গ্ৰাম হেৰ’ইন।
আৰু পঢ়কএফালে মনত শিক্ষা গ্ৰহণৰ দুৰন্ত হেঁপাহ, আনফালে বিদ্যালয়লৈ বিপদ সংকুল যাত্রা। তথাপি পিঠিত কিতাপৰ বোজা লৈ ভৱিষ্যৎ গঢ়াৰ সপোন লৈ টুলুঙা নাৱেৰে পানীৰ মাজেৰে যাত্ৰা কৰি প্ৰতিদিনে বিদ্যালয়ত উপস্থিত হয় কণ কণ ছ...
আৰু পঢ়ক
আটকাধীন দুয়োজনেই ধুবুৰী জিলাৰ তামাৰহাটৰ বৰবালাচৰ গাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে।
কেন্দ্ৰীয় চৰকাৰৰ এই নীতি অনুসৰি চলিত ২০২৬ বৰ্ষৰ ১৫ আগষ্টৰ ভিতৰত দেশৰ কোটি কোটি ৰন্ধন গেছৰ উপভোক্তাৰ বাবে KYC সংলগ্ন কৰাৰ শেষ দিন ধাৰ্য কৰা হৈছিল।
দেশখনৰ অভ্যন্তৰীণ মন্ত্রী মহছিন নাকভীয়ে ক'বলৈ বাধ্য হৈছে যে পাকিস্তানত চৰকাৰী প্রশাসন যন্ত্র বিকল হৈছে। ইয়াৰ মাজতে চর্চা আৰম্ভ হৈছে যে সেনাৰ মুৰব্বী ফিল্ড মাৰ্শ্বাল আছিম মুনিৰে সংঘর্ষজর্জৰ পাকিস্তানৰ শাসনভাৰ লোৱাৰ প্রস্তুতি চলাইছে।
কার্বি আংলং মর্নিং ষ্টাৰৰ বাবে এই মেচ গুৰুত্বহীন। কাৰণ প্ৰথম দুখন মেচত পৰাস্ত হৈ দলটোৱে ইতিমধ্যে নকআউট সমীকৰণৰ পৰা বাহিৰ হৈছে।
বাছি বাছি প্ৰবন্ধবোৰ অভিজ্ঞ সম্পাদকৰ দ্বাৰা নিৰ্বাচিত। পাঠকৰ ৰেটিঙৰ ওপৰতো আধাৰিত। এই পোষ্টসমূহে অধিক মনোযোগ পান।
নিয়মিতভাৱে আপডেট কৰা আমাৰ ই-আলোচনীখন অন্বেষণ কৰক, য'ত কিউৰেট কৰা প্ৰবন্ধ, বাতৰি, আৰু অন্তৰ্দৃষ্টিসমূহ সন্নিবিষ্ট কৰা হৈছে। সাম্প্ৰতিক পৰিস্থিতি, গভীৰ কাহিনী বা বিশেষ বৈশিষ্ট্যৰ প্ৰতি আগ্ৰহী প্ৰতিজনৰ বাবে আমাৰ ডিজিটেল প্ৰকাশনে সকলো বিষয়বস্তু পোনপটীয়াকৈ চকুৰ আগত তুলি ধৰিব
চাওক