--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত চলোৱা অভিযানত এখন বলেৰো গাড়ীৰ ফিউৱেল টেংকৰৰ গোপন চেম্বাৰৰ পৰা ড্ৰাগছখিনি জব্দ কৰা হয়।

ডিজিটেল ডেস্ক: শ্ৰীভূমি আৰক্ষী, কাছাৰ আৰক্ষী আৰু ৩৮ আছাম ৰাইফলছৰ যৌথ অভিযানত সোমবাৰে কাছাৰৰ বদৰপুৰ ঘাটত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ নিষিদ্ধ দ্ৰব্য।


সোমবাৰে পুৱা গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত চলোৱা অভিযানত এখন বলেৰো গাড়ীৰ ফিউৱেল টেংকৰৰ গোপন চেম্বাৰৰ পৰা ৮.২২৪ কিলোগ্ৰাম ড্ৰাগছ জব্দ কৰা হয়।


অভিযানৰ সময়ত পাঁচগ্ৰামৰ বাসিন্দা দোলা ৰাজা নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰা হয়। অভিযানৰ সময়ত ঘটনাস্থলীত উপস্থিত আছিল শ্ৰীভূমি জিলাৰ SSP লীনা দলে, দুয়োখন জিলাৰ আৰক্ষী বিষয়া আৰু ৩৮ আছাম ৰাইফলছৰ বিষয়াসকল। SSP লীনা দলেই জানিবলৈ দিয়ে যে জব্দ কৰা ড্ৰাগছৰ আনুমানিক বজাৰ মূল্য প্ৰায় ১৩ কোটি টকা।


ঘটনাক কেন্দ্ৰ কৰি ড্ৰাগছ সৰবৰাহৰ নেটৱৰ্কৰ সন্ধানত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ