--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • মন্দিৰৰ ওপৰৰ পাহাৰত ইছমাইলুৰ ৰহমান নামৰ এজন ব্যক্তিয়ে পাহাৰৰ মাটি কাটি বৃহৎ অট্টালিকা নিৰ্মাণ কৰাৰ ফলতেই বৰষুণৰ পানীৰ সৈতে পাহাৰৰ ৰঙা মাটি মন্দিৰৰ ভিতৰলৈ বৈ আহিছে।

ডিজিটেল ডেস্ক: শনিবাৰে নিশা নামি অহা ধাৰাসাৰ বৰষুণৰ ফলত পানীখাইতিৰ ঐতিহাসিক হাতীশিলা গণেশ মন্দিৰলৈ দুৰ্যোগ নামি আহিছে। পাহাৰত নিৰ্মাণকাৰ্যৰ বাবে মাটি কাটি পেলোৱাৰ ফলত বৰষুণৰ পানীৰ সৈতে পাহাৰৰ ৰঙা মাটি নামি আহি মন্দিৰৰ চৌহদত প্ৰৱেশ কৰে।


ফলত পাহাৰৰ পৰা বৈ অহা ৰঙা মাটি আৰু পানীৰে ভৰি পৰে ঐতিহাসিক হাতীশিলা গণেশ মন্দিৰৰ ভিতৰভাগ। মন্দিৰৰ পূজাৰী আৰু ভক্তসকলৰ মাজত এই ঘটনাই সৃষ্টি কৰিছে উদ্বেগৰ পৰিৱেশ।


মন্দিৰৰ পূজাৰীৰ অভিযোগ অনুসৰি, মন্দিৰৰ ওপৰৰ পাহাৰত ইছমাইলুৰ ৰহমান নামৰ এজন ব্যক্তিয়ে পাহাৰৰ মাটি কাটি বৃহৎ অট্টালিকা নিৰ্মাণ কৰাৰ ফলতেই বৰষুণৰ পানীৰ সৈতে পাহাৰৰ ৰঙা মাটি মন্দিৰৰ ভিতৰলৈ বৈ আহিছে।


ইফালে, মন্দিৰৰ ভিতৰত মাটি-পানী জমা হোৱাৰ ফলত পূজা-অৰ্চনা কৰাত অসুবিধাৰ সন্মুখীন হৈছে পূজাৰী আৰু ভক্তসকল। ঐতিহাসিক মন্দিৰটোৰ সুৰক্ষা আৰু এনে ঘটনা পুনৰাবৃত্তি ৰোধৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষই শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ