--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ধৃত ড্ৰাগছ পেডলাৰ জন ধুবুৰীৰ আই জি ৰোডৰ সাহিন শ্বেখ বুলি জানিব পৰা গৈছে।

ডিজিটেল ডেস্ক:ধুবুৰীৰ ঝগৰাৰ পাৰ অঞ্চলত নিশা ড্ৰাগছ বিৰোধী অভিযান আৰক্ষীৰ। অভিযানত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন।


ধুবুৰীৰ বি এন কলেজ নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপাশ্ৰী ডেকাৰ নেতৃত্বত আৰক্ষীৰ দল এটাই অতর্কিতে তালাচি চলায় এজন যুৱকক।


অভিযানত ২৬৪ টা Payvon Spas plus, ৪০ টা Nitrozepam টেবলেটৰ লগতে ২২ টা কণ্টেইনাৰ ভৰ্তি ৩৭.০৭ গ্ৰাম ওজনৰ হেৰ'ইন জব্দ কৰা হয়।


পিছত নিষিদ্ধ ড্ৰাগছৰ কাৰবাৰত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় ড্ৰাগছ পেডলাৰ যুৱকজনক।


ধৃত ড্ৰাগছ পেডলাৰ জন ধুবুৰীৰ আই জি ৰোডৰ সাহিন শ্বেখ বুলি জানিব পৰা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
অনলাইন লটাৰীৰ প্ৰলোভন! দেৰগাঁৱৰ এগৰাকী সচেতন ব্যক্তিৰ সজাগতাত ফাদিল প্ৰৱঞ্চনাৰ জাল
পুৱা খালী ভৰিৰে ঘাঁহত খোজ কাঢ়িলে আপুনি পাব শাৰীৰিক আৰু মানসিক লাভালাভ
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান