--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অভিযানত আটক হোৱা লোকজন বাৰ্নিবাৰীৰ মিৰাজুল হক ওৰফে আব্বা (৩০) বুলি চিনাক্ত কৰা হৈছে।

ডিজিটেল ডেস্ক: মুকালমুৱাত ড্ৰাগছ বিৰোধী অভিযান চলাই মঙলবাৰে বাৰ্নিবাৰী আৰক্ষীয়ে বিপুল পৰিমাণৰ ট্ৰামাডল টেবলেটসহ এজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষী সূত্রে প্রকাশ যে, গোপন তথ্যৰ ভিত্তিত বাৰ্নিবাৰী আৰক্ষী চকীৰ এটা দলে এই অভিযান চলাইছিল।


অভিযানত আটক হোৱা লোকজন বাৰ্নিবাৰীৰ মিৰাজুল হক ওৰফে আব্বা (৩০) বুলি চিনাক্ত কৰা হৈছে। তেওঁৰ দখলৰ পৰা ৫টা ষ্ট্ৰিপত থকা মুঠ ৩৯ টা ট্ৰামাডল টেবলেট জব্দ কৰা হয়, যাৰ মুঠ ওজন ২৮.৪৬ গ্ৰাম বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে।


বৰ্তমান এই অবৈধ সামগ্ৰী সৰবৰাহৰ সৈতে আন কিবা চক্ৰ জড়িত আছে নেকি, সেই বিষয়ে বাৰ্নিবাৰী আৰক্ষীয়ে তীব্ৰ তদন্ত অব্যাহত ৰাখিছে।


ঘটনাক লৈ সমগ্ৰ অঞ্চলতে চাঞ্চল্য বিৰাজমান। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
কৰ্ম সংস্থাপনৰ বাবে গৈ বটদ্ৰৱাৰ যুৱক কেৰেলামত নিৰুদ্দেশ
আমগুৰিত অলৌকিক ঘটনা! সপোনত দেখা পালে শিৱক, পুৱা চোতালৰ কলপুলিৰ তলত দৃশ্যমান হ’ল শিৱমূৰ্তি
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান