--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা লোকজনক আব্দুল জলিল লস্কৰ বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে, ধৃত লোকজনৰ ঘৰ হাইলাকান্দি চহৰৰ ৫ নম্বৰ ৱাৰ্ডত।

ডিজিটেল ডেস্ক: হাইলাকান্দি চহৰত ড্ৰাগছবিৰোধী অভিযান অব্যাহত ৰাখি আৰক্ষীয়ে জব্দ কৰিছে ২.৭ গ্ৰাম সন্দেহজনক হেৰ’ইন। শনিবাৰে হাইলাকান্দি চহৰৰ ১৬ নম্বৰ ৱাৰ্ডৰ খালৰ পাৰ অঞ্চলত অভিযান চলাই আৰক্ষীয়ে এই ড্ৰাগছখিনি জব্দ কৰাৰ লগতে এজন সন্দেহজনক ড্ৰাগছ পেডলাৰক গ্ৰেপ্তাৰ কৰে।


আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা লোকজনক আব্দুল জলিল লস্কৰ বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে, ধৃত লোকজনৰ ঘৰ হাইলাকান্দি চহৰৰ ৫ নম্বৰ ৱাৰ্ডত। আৰক্ষীৰ অভিযানৰ সময়ত তেওঁৰ পৰা মুঠ ৬৫টা সৰু কণ্টেইনাৰত ভৰাই ৰখা অৱস্থাত সন্দেহজনক হেৰ’ইনখিনি উদ্ধাৰ কৰা হয়।


জব্দ কৰা ড্ৰাগছখিনিৰ মুঠ ওজন প্ৰায় ২.৭ গ্ৰাম বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে। 


উদ্ধাৰ হোৱা সামগ্ৰীখিনি প্ৰাথমিকভাৱে হেৰ’ইন বুলি সন্দেহ কৰা হৈছে যদিও ইয়াৰ প্ৰকৃত পৰিচয় নিশ্চিত কৰিবলৈ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হ’ব বুলি জানিব পৰা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান