--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • প্ৰশাসন আৰু বন বিভাগৰ সহযোগত আঘাতপ্ৰাপ্ত চৰাইখিনিক উন্নত চিকিৎসাৰ বাবে কাজিৰঙাৰ পানবাৰীস্থিত বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰলৈ লৈ যোৱাৰ ব্যৱস্থা কৰা হৈছে।

ডিজিটেল ডেস্ক: যোৰহাটত সংঘটিত হৈছে এক কৰুণ ঘটনা। যোৰহাট নগৰৰ ডিচিবি পথৰ কাষৰ গছসমূহত আশ্ৰয় লৈ থকা জাক জাক শামুকভঙা চৰাইৰ জীৱনলৈ নামি আহিল কাল অমানিশা। 


দেওবাৰে নিশা অহা প্ৰচণ্ড ধুমুহাৰ ফলত সৰ্বমুঠ ৬২টা শামুকভঙা চৰাইৰ ঘটনাস্থলীতে মৃত্যু হয়। ইয়াৰোপৰি আন ৬৮টা চৰাই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আন দিনাৰ দৰেই পথৰ কাষৰ গছকেইজোপাত আশ্ৰয় লৈ আছিল চৰাইকেইটাই।


বৰ্তমান মৃত আৰু জীৱিত চৰাইসমূহ যোৰহাট আঞ্চলিক বন বিষয়া কাৰ্যালয়ত ৰখা হৈছে। প্ৰশাসন আৰু বন বিভাগৰ সহযোগত আঘাতপ্ৰাপ্ত চৰাইখিনিক উন্নত চিকিৎসাৰ বাবে কাজিৰঙাৰ পানবাৰীস্থিত বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰলৈ লৈ যোৱাৰ ব্যৱস্থা কৰা হৈছে। এই মৰ্মান্তিক ঘটনাই সমগ্ৰ যোৰহাট চহৰত শোকৰ ছাঁ পেলাইছে।


ঘটনাটোৱে প্ৰকৃতিপ্ৰেমী তথা পক্ষীবিদসকলক গভীৰভাৱে মৰ্মাহত কৰি তুলিছে। বন বিভাগ তথা স্থানীয় লোকসকলৰ সহযোগত আঘাতপ্ৰাপ্ত চৰাইসমূহক উদ্ধাৰ কৰি চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান