--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মহিলাগৰাকীৰ স্বামী কৰ্মসূত্ৰে থাকে অসমৰ বাহিৰত। মাতৃ সন্ধানহীন হোৱাত কান্দি কান্দি চকুৰে বাট নেদেখা হৈছে সন্তানকেইটিয়ে।

ডিজিটেল ডেস্কঃ গোৰেশ্বৰ হাজালপাৰাৰত এগৰাকী মহিলা সন্ধানহীন হোৱা ঘটনাত তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। সন্ধানহীন মহিলাগৰাকী তিনিটা সন্তানৰ মাতৃ৷


বৃহস্পতিবাৰে ৰাতিপুৱা ৯.৩০ বজাত ঘৰৰ পৰা গোৰেশ্বৰৰ বেংকলৈ আহিম বুলি ওলাই আহিছিল মহিলাগৰাকী। তেতিয়াৰে পৰা কোনো সন্ধান নাই মহিলাগৰাকীৰ। তেওঁৰ মোবাইল ফোনো ছুইটছ অফ হৈ আছে। 


সন্ধানহীন মহিলাগৰাকী হাজালপাৰা গাঁৱৰ বিনীতা ৰাজবংশী। মহিলাগৰাকীৰ স্বামী কৰ্মসূত্ৰে থাকে অসমৰ বাহিৰত। মাতৃ সন্ধানহীন হোৱাত কান্দি কান্দি চকুৰে বাট নেদেখা হৈছে সন্তানকেইটিয়ে। 


কান্দি কান্দি পৰিয়ালৰ তিনি সন্তানে এতিয়া মাতৃৰ সন্ধান বিচাৰি উলিয়াবলৈ ৰাইজক কৰিছে কাকূতি-মিনতি৷


মহিলাগৰাকীৰ সন্ধানহীন সন্দৰ্ভত গোৰেশ্বৰ আৰক্ষী থানাত এজাহাৰ দিছে পৰিয়ালৰ লোকে। 


কোনোলোকে মহিলাগৰাকীৰ সম্ভেদ পালে ওচৰৰ আৰক্ষী চকী অথবা পৰিয়ালৰ 7418896820 নম্বৰত যোগাযোগ কৰিবলৈ জনাইছে আহ্বান।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ