--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দুইটা চোৰ ভগা-চিগা সামগ্ৰী ক্ৰয় কৰা ব্যৱসায়ৰ বাবে কাকপথাৰত আছিল। কাকপথাৰ চহৰৰে এজন লোকৰ ঘৰৰ পৰা চুৰি কৰিছিল কাঁহৰ কাঁহী, চৰীয়া আদি৷

ডিজিটেল ডেস্ক: কাঁহ, পিতল বা অন্য সামগ্ৰী ক্ৰয় কৰোতে হওক সাৱধান। আনৰ ঘৰৰ চুৰি সামগ্ৰী হ’ব পাৰে আপুনি ক্ৰয় কৰা কাঁহী, বাতি বা অন্য বস্তু ৷


ভগা-চিগা সামগ্ৰী ক্ৰয় কৰা লোকৰ পৰা সাৱধান হওক৷ ক্ষন্তেকতে চুৰি কৰি লৈ যাব পাৰে আপোনাৰ ঘৰৰ যিকোনো মূল্যৱান সামগ্ৰী। 


কাকপথাৰত নুৰ ইছলাম আৰু বাদুছ হুছেইন নামৰ দুটা গভাইত চোৰ আটক। নুৰ ইছলামৰ ঘৰ নগাঁও বৰদোৱা চমকা গাঁৱত আৰু বাদুছ হুছেইনৰ ঘৰ মৰিগাঁও মিকিৰভেটা বালিজান গাঁৱত বুলি জানিব পৰা গৈছে৷


দুইটা চোৰ ভগা-চিগা সামগ্ৰী ক্ৰয় কৰা ব্যৱসায়ৰ বাবে কাকপথাৰত আছিল। কাকপথাৰ চহৰৰে এজন লোকৰ ঘৰৰ পৰা চুৰি কৰিছিল কাঁহৰ কাঁহী, চৰীয়া আদি৷


কাকপথাৰ চহৰৰে পাটোৱাৰী উপাধিৰ বাচন-বৰ্তন ব্যৱসায়ৰ প্ৰতিষ্ঠানৰ এজন ব্যৱসায়ীক চুৰি সামগ্ৰীখিনি বিক্ৰী কৰিছিল দুই চোৰে৷


পূৰ্বতেও এই ব্যৱসায়ীজনৰ ওপৰত চুৰি সামগ্ৰী ক্ৰয় কৰাৰ অভিযোগ আছে। অৱশেষত চোৰ দুটা ধৰা পৰে যদিও পাটোৱাৰী নামৰ ব্যৱসায়ীটোক আৰক্ষীয়ে আটক কৰিব পৰা নাই৷


আৰক্ষীয়ে ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে। অঞ্চলটোত দিনক দিনে বৃদ্ধি পাবলৈ ধৰা চুৰিকাণ্ডৰ সন্দৰ্ভত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ