--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • সংবাদ প্রতিষ্ঠান ৰয়টাছে চলোৱা সমীক্ষাত এই তথ্য প্রকাশ পাইছে। কেইবাটাও আন্তঃৰাষ্ট্ৰীয় ঘটনা প্ৰৱাহে ভাৰতৰ বাণিজ্যিক ঘাটি বৃদ্ধিত অৰিহণা যোগাইছে।

ডিজিটেল ডেস্ক : দিনকদিনে বৃদ্ধি পাইছে দেশৰ বাণিজ্যিক ঘাটি। চলিত বৰ্ষৰ জুনত ভাৰতৰ বাণিজ্যিক ঘাটিৰ পৰিমাণ আছিল ৩০.৪৩ বিলিয়ন (৩,০৪৩ ডলাৰ) মার্কিন ডলাৰ। কিন্তু জুলাইত এই ঘাটিৰ পৰিমাণ ৩১.৯৮ বিলিয়ন ডলাৰলৈ (৩,১৯৮ কোটি ডলাৰ) বৃদ্ধি পালে। অৰ্থাৎ মাত্র এমাহৰ ভিতৰত দেশৰ সামগ্ৰীৰ বাণিজ্যিক ঘাটি ১.৫৫ বিলিয়ন ডলাৰ (১৫৫ কোটি ডলাৰ) বৃদ্ধি হ'ল। 


সংবাদ প্রতিষ্ঠান ৰয়টাছে চলোৱা সমীক্ষাত এই তথ্য প্রকাশ পাইছে। কেইবাটাও আন্তঃৰাষ্ট্ৰীয় ঘটনা প্ৰৱাহে ভাৰতৰ বাণিজ্যিক ঘাটি বৃদ্ধিত অৰিহণা যোগাইছে। ইয়াৰ ভিতৰত মধ্যপ্রাচ্যৰ যুদ্ধ পৰিস্থিতিৰ ফলত সাগৰীয় পথ বন্ধ হৈ থকাটোও অন্যতম। 


তথ্য অনুসৰি, জুলাইত ভাৰতৰ বাণিজ্যিক ৰপ্তানি ৪৪.২৪ বিলিয়ন ডলাৰ হয়গৈ। যিটো জুনত ৪০.৪১ বিলিয়ন ডলাৰহে আছিল। ইফালে ভাৰতৰ আমদানিও জুনতকৈ জুলাইত ৫.৩৮ বিলিয়ন ডলাৰ বৃদ্ধি পায়। যাৰ ফলত ৰপ্তানি বৃদ্ধি হ'লেও বাণিজ্যিক ঘাটি হ্রাস পোৱা নাই।

উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ