--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • জাগীৰোডৰ পৰা গুৱাহাটী অভিমুখী AS-01GG-8864 নম্বৰৰ মটৰচাইকেলৰ আৰোহী আছিল দুয়ো৷

ডিজিটেল ডেস্ক: জাগীৰোডৰ ভোমোৰাগুৰিত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা৷ দুৰ্ঘটনাত থিতাতে নিহত হয় এহাল যুৱক-যুৱতী৷ 


জানিব পৰা মতে জাগীৰোডৰ পৰা গুৱাহাটী অভিমুখী AS-01GG-8864 নম্বৰৰ মটৰচাইকেলৰ আৰোহী আছিল দুয়ো৷


নিয়ন্ত্ৰণ হেৰুৱাই ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিপৰীত দিশেৰে আহি থকা AS-05AC-6487 নম্বৰৰ অক্সিজেন চিলিণ্ডাৰ কঢ়িওৱা এখন ট্ৰাকৰ তলত সোমাই পৰে মটৰচাইকেলখন৷ 


থিতাতে নিহত যুৱকজন গুৱাহাটী মালিগাঁৱৰ ২৬ বছৰীয়া ৰূপজ্যোতি নাথ৷ আনহাতে নিহত যুৱতীগৰাকী শোণিতপুৰ লালমাটিৰ প্ৰায় ২৪ বছৰীয়া সোমাংগী বৰা৷ ঘটনাস্থলীত জাগীৰোড আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁৱলৈ প্ৰেৰণ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত