--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ঘটনা সন্দৰ্ভত দুৰ্ভগীয়া পিতৃয়ে লখিমপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়েও ছাত্ৰজনৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে।

ডিজিটেল ডেস্ক: লখিমপুৰৰ চাবতি চৌখাম গাঁৱৰ এজন দশম শ্ৰেণীৰ ছাত্ৰ নিৰুদ্দেশ। নিৰুদ্দিষ্ট ছাত্ৰজনৰ নাম কৰুণা চুতীয়া। ১৫ বছৰীয়া ছাত্ৰজন নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। পৰিয়ালৰ মতে, যোৱা ১৫ আগষ্ট, শনিবাৰে সন্ধিয়া প্ৰায় ৭ বজাৰ পৰা ঘৰৰ পৰাই ছাত্ৰজন নিৰুদ্দেশ হোৱা বুলি সন্দেহ কৰা হৈছে।


নিৰুদ্দেশৰ পিছত পৰিয়ালৰ লোকে বিভিন্ন স্থানত বিচাৰ-খোচাৰ চলাই যদিও এই পৰ্যন্ত কৰুণা চুতীয়াৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই। ইতিমধ্যে নিৰুদ্দেশ হোৱা ছাত্ৰজনৰ চাইকেলখন লখিমপুৰ ৰে’লৱে ষ্টেচনৰ পৰা উদ্ধাৰ কৰা হৈছে।


ঘটনা সন্দৰ্ভত দুৰ্ভগীয়া পিতৃয়ে লখিমপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়েও ছাত্ৰজনৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে।


কোনো লোকে কৰুণা চুতীয়াৰ সন্ধান লাভ কৰিলে থানাত যোগাযোগ কৰিবলৈ আহ্বান পৰিয়ালৰ লোকৰ। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
নাহৰকটীয়াত শোকাৱহ ঘটনা; সমনীয়াৰ সৈতে নদীত গা ধুবলৈ গৈ সলিল সমাধি ১২ বছৰীয়া কিশোৰীৰ
লখিমপুৰৰ ছাত্ৰ নিৰুদ্দেশ; পৰিয়ালত হাহাকাৰ
ৰন্ধন গেছৰ সংযোগত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্ধাৰিত সময় হ’ব অন্ত; উত্তৰ-পূৰ্বাঞ্চলত ৬০ শতাংশ উপভোক্তাৰ নহ’ল KYC
পানী মটৰৰ চুইচ অফ কৰিবলৈ গৈ অঘটন! বিদ্যুৎস্পৃষ্ট হৈ একেলগে মৃত্যুক সাবটিলে চামগুৰিৰ এহাল পতি-পত্নীয়ে
১৮ আগষ্টত আকৌ ১০০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
গোৰেশ্বৰত চাঞ্চল্য; বেংকলৈ গৈ সন্ধানহীন ৩ সন্তানৰ মাতৃ বিনীতা ৰাজবংশী
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী