--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আহত যুৱক দুজন হৈছে গজপুৰীয়াৰ অমৃত গগৈ আৰু দিখাৰীৰ মঙলু কৰ্মকাৰ। দুটি শিশুসহ আনজন আহত লোকক বৰ্তমানলৈকে চিনাক্ত কৰিব পৰা হোৱা নাই।

ডিজিটেল ডেস্ক: মৰাণৰ তিলৈনগৰত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ উৰণীয়া সেঁতুৰ সমীপত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুটি শিশুসহ মুঠ পাঁচ গৰাকী আহত। 

এখন মটৰচাইকেলত আহি থকা দুই যুৱকসহ পাঁচজন লোকক মহতিয়াই নিয়ে কোনো অচিনাক্ত বাহনে। আহত যুৱক দুজন হৈছে গজপুৰীয়াৰ অমৃত গগৈ আৰু দিখাৰীৰ মঙলু কৰ্মকাৰ। দুটি শিশুসহ আনজন আহত লোকক বৰ্তমানলৈকে চিনাক্ত কৰিব পৰা হোৱা নাই। 

গুৰুতৰভাৱে আহত আটাইকেইজনকে মৰাণ-তিলৈ সামূহিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদানৰ পাছত ডিব্ৰুগড়ৰ AMCH-লৈ প্ৰেৰণ কৰা হৈছে ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
দেশত চেনিৰ দাম ১৭% বৃদ্ধি
চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি খোৱা পানীৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন বজালীৰ দুই ভাতৃৰ
নাৰায়ণপুৰত ব্যতিক্ৰমী প্ৰয়াস! এইবাৰ দুৰ্গাপূজাত নেপালী ভাষাত প্ৰদৰ্শিত হ’ব ভাওনা
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ