--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি, প্ৰেমজনিত কাৰণত প্ৰতীক্ষাই এনে চৰম সিদ্ধান্ত গ্ৰহণ কৰে। অৱশ্যে ঘটনাৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট নহয়।

ডিজিটেল ডেস্ক: মুকালমুৱাৰ খালিহাপাৰাত সংঘটিত এক চাঞ্চল্যকৰ ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। খালিহাপাৰা ৰাধা-কৃষ্ণ ছোৱালী নাগাৰা নাম দলৰ পাঠিকা তথা প্ৰতিভাৱান ছাত্ৰী প্ৰতীক্ষা বৰ্মনে চৰম পন্থা অৱলম্বন কৰা ঘটনাই সৃষ্টি কৰিছে শোকাকুল পৰিৱেশ।


জানিব পৰা মতে, খালিহাপাৰা পানী যোগান আঁচনিৰ ৰেলিঙত প্ৰতীক্ষা বৰ্মনে চৰম পন্থা অৱলম্বন কৰে। ১৭ বছৰীয়া প্ৰতীক্ষা বৰ্মন ৰঘুনাথ চৌধুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰী আছিল।


পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি, প্ৰেমজনিত কাৰণত প্ৰতীক্ষাই এনে চৰম সিদ্ধান্ত গ্ৰহণ কৰে। অৱশ্যে ঘটনাৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট নহয়। আৰক্ষীৰ তদন্তৰ পাছতহে ঘটনাৰ আঁৰৰ প্ৰকৃত তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।


বনজিৎ বৰ্মনৰ ১৭ বছৰীয়া কন্যা প্ৰতীক্ষা কেৱল এগৰাকী নাগাৰা নামৰ পাঠিকাই নহয়, এগৰাকী প্ৰচুৰ সম্ভাৱনাপূৰ্ণ নৃত্যশিল্পীও আছিল। পঢ়া-শুনাতো আগবঢ়া প্ৰতীক্ষাৰ অকাল মৃত্যুত মুকালমুৱাত শোকৰ ছাঁ পৰিছে।


প্ৰতিভাৱান কিশোৰীগৰাকীৰ এনে অকাল বিয়োগে পৰিয়াল, আত্মীয়-স্বজনৰ লগতে অঞ্চলবাসীকো মৰ্মাহত কৰি তুলিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ