--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বিদেশ মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি, নেপালৰ প্ৰাকৃতিক দুর্যোগত বর্তমানো ২৭৫জন ভাৰতীয় আৰু ১২৮জন ভাৰতীয় মূলৰ লোক সন্ধানহীন হৈ আছে। ইয়াৰে বেছিভাগেই কৈলাস-মানস সৰোবৰলৈ যোৱা তীর্থযাত্রী আছিল।

ডিজিটেল ডেস্ক: নেপালৰ বিধ্বংসী বানত নিহত ভাৰতীয় আৰু ভাৰতীয় মূলৰ লোকসকলক চিনাক্তকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা গ্রহণ কৰিছে। নতুন দিল্লীৰ নিৰ্দেশক্রমে নেপালস্থিত ভাৰতীয় দূতাৱাসে এই বিষয়ত পর্যায়ক্রমে কাম আগবঢ়াইছে। 


বিদেশ মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি, নেপালৰ প্ৰাকৃতিক দুর্যোগত বর্তমানো ২৭৫জন ভাৰতীয় আৰু ১২৮জন ভাৰতীয় মূলৰ লোক সন্ধানহীন হৈ আছে। ইয়াৰে বেছিভাগেই কৈলাস-মানস সৰোবৰলৈ যোৱা তীর্থযাত্রী আছিল। ইতিমধ্যে নেপালৰ সকলো মৰ্গ মৃতদেহেৰে ভৰি পৰিছে। যাৰ ফলত দেশখনে দাবীবিহীন অচিনাক্ত মৃতদেহসমূহ সৎকাৰৰ সিদ্ধান্ত লৈছে। 


কেৱল ডি এন এৰ জৰিয়তেহে পৰিয়ালৰ লোকে ব্যক্তিজনৰ বিষয়ে জানিব পাৰিব। এনে সময়তে নেপালৰ ভাৰতীয় দূতাৱাসে ভাৰতীয় পৰিয়ালসমূহক তেওঁলোকৰ আপোনজনৰ মৃতদেহ চিনাক্তকৰণৰ ক্ষেত্রত বিভিন্ন ফটোগ্রাফ, ডি এন এ, প'ষ্ট মর্টেম ৰিপ'ৰ্ট, পাৱাৰ পইণ্ট প্রেজেণ্টেশ্বনৰ জৰিয়তে পৰ্যায়ক্রমে সহায় আগবঢ়াইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
নেপালত এতিয়াও সন্ধানহীন প্রায় ৪০০ ভাৰতীয়
ক্রিকেটক বিদায় জনাব ৰোহিত শৰ্মাই; টেলিভিছনৰ পৰ্দাত আৰম্ভ কৰিব নতুন ইনিংছ
১২৫ বছৰৰ পাছত ২০২৬ চনৰ আগষ্ট মাহটো আছিল ভাৰতৰ আটাইতকৈ উষ্ণ আগষ্ট মাহ
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ