--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • গৌতম দাস সহ প্ৰায় এশগৰাকী লোক দুদিন পাহাৰৰ শীৰ্ষত আবদ্ধ হৈ আছিল। অনাহাৰে আৰু ধাৰাসাৰ বৰষুণৰ মাজত থাকিবলগীয়া হৈছিল।

ডিজিটেল ডেস্ক: নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত আহি উপস্থিত হৈছে ডবকাৰ গৌতম দাস। ভয়ংকৰ অভিজ্ঞতা বৰ্ণনা কৰিলে প্ৰাগ নিউজৰ আগত। তেওঁৰ মতে, জলপ্ৰলয়ত ত্ৰিশূলী অঞ্চলৰ বিস্তীৰ্ণ জনবসতি সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে। 


বহু ঘৰ-দুৱাৰৰ কোনো চিন-চাপ নাই, আনকি বহু লোক মাটিৰ তলত পুতি যোৱাৰ আশংকা প্ৰকাশ কৰিছে তেওঁ।চৰকাৰীভাৱে যিমান লোক সন্ধানহীন বুলি কোৱা হৈছে, প্ৰকৃত সংখ্যা তাতকৈ কেবা হেজাৰ বেছি।


গৌতম দাস সহ প্ৰায় এশগৰাকী লোক দুদিন পাহাৰৰ শীৰ্ষত আবদ্ধ হৈ আছিল। অনাহাৰে আৰু ধাৰাসাৰ বৰষুণৰ মাজত থাকিবলগীয়া হৈছিল। দুদিন পিছত নেপাল সেনাবাহিনীৰ হেলিকপ্টাৰে উদ্ধাৰ কৰিছিল।


অসম চৰকাৰৰ তৎপৰতাত অৱশেষত ঘৰলৈ উভতি আহিল গৌতম দাস। কিন্তু ত্ৰিশূলী অঞ্চলত এতিয়াও বহু লোক সন্ধানহীন হৈ থকাৰ কথা প্ৰকাশ কৰে গৌতমে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
ডিব্ৰুগড়ত পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি! শহুৰেকৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত বোৱাৰী
পুৱা খালী ভৰিৰে ঘাঁহত খোজ কাঢ়িলে আপুনি পাব শাৰীৰিক আৰু মানসিক লাভালাভ
অনলাইন লটাৰীৰ প্ৰলোভন! দেৰগাঁৱৰ এগৰাকী সচেতন ব্যক্তিৰ সজাগতাত ফাদিল প্ৰৱঞ্চনাৰ জাল
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ