--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • নিশা খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলায় অহা দুটা বনৰীয়া হাতীয়ে নামগাঁও চাহবাগিছাৰ ১৮ নং লাইনত প্ৰৱেশ কৰি মনোজ দাস নামৰ ব্যক্তিজনৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে।

ডিজিটেল ডেস্ক: শোণিতপুৰৰ ৰঙাপৰাৰ নামগাঁও চাহবাগিছাত বনৰীয়া হাতীৰ উপদ্ৰৱে নিদ্ৰা হৰণ কৰিছে ৰাইজৰ। বনৰীয়া হাতীৰ সন্ত্ৰাসত দিকবিদিক হেৰুৱাইছে জনসাধাৰণে।


নিশা খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলায় অহা দুটা বনৰীয়া হাতীয়ে নামগাঁও চাহবাগিছাৰ ১৮ নং লাইনত প্ৰৱেশ কৰি মনোজ দাস নামৰ ব্যক্তিজনৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে।


গৃহস্থ শুই থকাৰ সময়তে হঠাৎ বনৰীয়া হাতীয়ে ঘৰৰ দেৱাল ভাঙি দিয়াত দেৱালৰ ইটা পৰি শুই থকা ৰাধা কিশান আৰু ৪ বছৰীয়া কন্যা সন্তান প্ৰতিমা দাস গুৰুতৰভাৱে আহত হয়।


পাছত ৰাইজে কোনোমতে হাতী কেইটা খেদি পথাবলৈ সক্ষম হয়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
অনলাইন লটাৰীৰ প্ৰলোভন! দেৰগাঁৱৰ এগৰাকী সচেতন ব্যক্তিৰ সজাগতাত ফাদিল প্ৰৱঞ্চনাৰ জাল
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান