--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৰিলায়েন্স ডিজিটেল ষ্ট'ৰ, ৰিলায়েন্স ডিজিটেল ডট ইন আৰু মাই জিঅ' ষ্ট'ৰত ১৬ আগষ্টলৈকে এই অফাৰ লাভ কৰিব।

ডিজিটেল ডেস্ক: ৰিলায়েন্স ডিজিটেলে গ্ৰাহকৰ বাবে বিশেষ অফাৰ প্ৰদান কৰিছে। ডিজিটেল ইণ্ডিয়া চেল ক্রেজী অফাৰ্ছ বা ডিস্কো নামেৰে জনাজাত এই বিক্রী অভিযানত স্মার্টফ'ন, টি ভি, লেপটপ, ঘৰুৱা সঁজুলি আৰু অন্যান্য সামগ্ৰীত গ্রাহকে অফাৰ লাভ কৰিব। 


ৰিলায়েন্স ডিজিটেল ষ্ট'ৰ, ৰিলায়েন্স ডিজিটেল ডট ইন আৰু মাই জিঅ' ষ্ট'ৰত ১৬ আগষ্টলৈকে এই অফাৰ লাভ কৰিব। 


এই প্রক্রিয়াত পুৰণি সামগ্ৰীৰ বিনিময় মূল্য বৃদ্ধি, নিৰ্বাচিত ইলেক্ট্রনিক্‌ৰ সামগ্ৰীৰ ওপৰত ১০ হাজাৰ টকা পর্যন্ত বিনিময় বোনাছ, দ্বিতীয় সামগ্ৰী ক্ৰয়ৰ ক্ষেত্রত ৫০ শতাংশ ৰেহাই, বেংক কাৰ্ডছ, পেপাৰ ফাইনেন্স আৰু ইউ পি আইৰ জৰিয়তে ৩০ হাজাৰ টকা পর্যন্ত ৰেহাই প্ৰদান কৰা হৈছে।

উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
জামিন লাভ কৰিলে জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্ত অমৃতপ্ৰভা মহন্তই; কি কি চৰ্ত আৰোপ কৰিলে আদালতে?
৩৮ টা চোৰাং গৰুসহ এখন টাটা আল্ট্ৰা বাহন জব্দ মায়ং আৰক্ষীৰ; পলাতক সৰবৰাহকাৰীৰ দল
লক্ষীপুৰত কাছাৰ আৰক্ষীৰ বৃহৎ সাফল্য: ১ কোটি টকাৰ নিষিদ্ধ টেবলেটসহ আটক দুই সৰবৰাহকাৰী
ধুন্দুলিৰ নানা স্বাস্থ্য উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
তামাৰহাটত ধুমুহা-বৰষুণৰ তাণ্ডৱ; ভাঙি পৰিল ১৫ খনতকৈ অধিক দুৰ্গাপূজাৰ গেট
মুদ্রাস্ফীতি, টকাৰ মূল্য হ্রাস; ৫.৫০ শতাংশলৈ বৃদ্ধি ৰেপ’ৰেট
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
চৌদিশে দুর্গোৎসৱৰ প্রস্তুতি, ব্যস্ততা বাঢ়িছে খনিকৰৰ
কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূর্ণ পদক্ষেপ; চীন সীমান্তৰ নতুন মানচিত্ৰ ভাৰতৰ
হোজাইৰ নভঙাত চাঞ্চল্যকৰ ঘটনা! পৰকীয়া প্ৰেমৰ বাবে এগৰাকী বোৱাৰীক হত্যা যুৱকৰ
‘গ্ল’বেল হেলথ এষ্টিমেট্‌ছ’ৰ প্রতিবেদনত প্ৰকাশ; ৭১ বছৰলৈ বৃদ্ধি ভাৰতীয়ৰ গড় আয়ুস