--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শুকুৰবাৰে 'এক্স'যোগে প্রকাশ কৰে যে ইউ পি আই লেনদেনৰ ক্ষেত্ৰত গ্ৰাহকৰ পৰা কোনোধৰণৰ মাচুল লোৱা নহ'ব। ইউ পি আই ব্যৱহাৰকাৰীসকলে চিন্তা কৰাৰ কোনো কাৰণ নাই।

ডিজিটেল ডেস্ক: ইউ পি আই আৰু আন বৈদ্যুতিন পদ্ধতিৰ ধনৰ লেনদেনত মাচুল আদায় ল'বলৈ কেন্দ্ৰীয় চৰকাৰে আইন সংশোধন কৰা সন্দৰ্ভত দেশজুৰি তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইউ পি আইৰ জৰিয়তে ২০০০ টকাতকৈ অধিক ধনৰ লেনদেন কৰিলে 'মার্চেণ্ট ডিছকাউণ্ট ৰেট' (এম ডি আৰ) লোৱাৰ বাবে কেন্দ্ৰৰ প্ৰস্তাৱ সন্দৰ্ভত বিতৰ্কৰ সৃষ্টি হোৱাৰ সময়তে মুখ খুলিছে কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমণে। 


কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শুকুৰবাৰে 'এক্স'যোগে প্রকাশ কৰে যে ইউ পি আই লেনদেনৰ ক্ষেত্ৰত গ্ৰাহকৰ পৰা কোনোধৰণৰ মাচুল লোৱা নহ'ব। ইউ পি আই ব্যৱহাৰকাৰীসকলে চিন্তা কৰাৰ কোনো কাৰণ নাই। মার্চেণ্ট ডিছকাউণ্ট ৰেট কেৱল ব্যৱসায়ীসকলৰ ক্ষেত্ৰতহে প্রযোজ্য হ'ব। ইউ পি আই লেনদেনত এম ডি আৰ লোৱাৰ আঁচনি নাই বুলিও তেওঁ কয়। 


ইফালে ৰিজার্ভ বেংক অব্ ইণ্ডিয়াৰ গৱৰ্নৰ সঞ্জয় মালহোত্রাই প্রকাশ কৰিছে যে প্ৰস্তাৱিত সালসলনিসমূহে কিদৰে কাম কৰিব, সেয়া এতিয়াই কোৱাটো টান হ'ব। উৎস : দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ