--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ইতিমধ্যে হৰমুজ প্রণালীৰে বাণিজ্যিক পথ মুকলি কৰা সন্দৰ্ভত ইৰান আৰু ওমানৰ বুজাবুজি হৈছে আৰু শীঘ্ৰেই দুয়ো দেশে যুটীয়াভাৱে এই কথা ঘোষণা কৰিব।

ডিজিটেল ডেস্ক: হৰমুজ প্রণালী পাৰ হোৱাৰ ক্ষেত্ৰত থকা সকলো প্রতিবন্ধকতা শীঘ্ৰেই দূৰ হ'ব। ইৰান আৰু ওমানে বিশ্ব বাণিজ্যৰ অন্যতম গুৰুত্বপূৰ্ণ পথটো মুকলি কৰি দিয়াৰ সন্দৰ্ভত শীঘ্রেই এখন চুক্তিত স্বাক্ষৰ কৰিব। ইৰানৰ বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্র ইছমাইল বাঘাইয়ে বুধবাৰে তেনে এটা ইংগিতেই দিয়ে। 


ইতিমধ্যে হৰমুজ প্রণালীৰে বাণিজ্যিক পথ মুকলি কৰা সন্দৰ্ভত ইৰান আৰু ওমানৰ বুজাবুজি হৈছে আৰু শীঘ্ৰেই দুয়ো দেশে যুটীয়াভাৱে এই কথা ঘোষণা কৰিব। উল্লেখযোগ্য যে পাৰস্য উপসাগৰ আৰু ওমান উপসাগৰক সংযোগ কৰা হৰমুজ প্রণালীৰে বিশ্বৰ তেল আৰু গেছ পৰিবাহী বৃহৎ সংখ্যক জাহাজ পাৰাপাৰ হয়। 


চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত আমেৰিকা আৰু ইজৰাইলে ইৰানত কৰা আক্ৰমণৰ পাছতে তেহৰান প্রশাসনে হৰমুজ প্রণালী বন্ধ কৰি দিছে। যাৰ পৰিণতিত বিশ্ব বাণিজ্যত ব্যাপক নেতিবাচক প্ৰভাৱ পৰে।


উৎস : দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ