আঞ্চলিক
ডিজিটেল ডেস্কঃ লাচিত দিৱসৰ সৈতে সংগতি ৰাখি মহানগৰীৰ মহাবাহু ব্ৰক্ষ্মপুত্ৰ ৰিভাৰ হেৰিটেজ চেণ্টাৰত অনুষ্ঠিত হয় এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান। নীলোৎপল গোসাঁইৰ ‘The Legend of Lachit Borfukaan’ শীৰ্ষক গ্ৰন্থখনিৰ ওপৰত অন্তৰংগ আলাপ।
‘The Legend of Lachit Borfukaan’ শীৰ্ষক গ্ৰন্থখন পাঠ কৰিলে লেখক নীলোৎপল গোসাঁই-এ। লাচিত দিৱসৰ দিনা ৰাজ্যবাসীৰ বাবে এটি সুখবৰ। লাচিত বৰফুকনক লৈ বলীউডৰ ছবি নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে।
হিন্দী ভাষাত নিৰ্মাণ হ’ব বিগ বাজেটৰ এখন ছবি। ‘The Legend of Lachit Borfukaan’ শীৰ্ষক গ্ৰন্থখনৰ আধাৰত নিৰ্মাণ কৰা হ’ব হিন্দী ছবিখন। দেশৰ আগশাৰীৰ গ্ৰন্থ প্ৰকাশকে প্ৰকাশ কৰিছে এই গ্ৰন্থখন। ‘Amazon’ত উপলব্ধ হ’ব 'The Legend of Lachit Borfukaan’ শীৰ্ষক গ্ৰন্থখন।
Leave A Comment