• অৰিজিত সিঙৰ হাতত পৰাস্ত হ’ল বিশ্ববিখ্যাত পপ তাৰকা টেইলৰ ছুইফট! কিন্তু কেনেকৈ?

    মনোৰঞ্জন
    অৰিজিত সিঙৰ হাতত পৰাস্ত হ’ল বিশ্ববিখ্যাত পপ তাৰকা টেইলৰ ছুইফট! কিন্তু কেনেকৈ?
    ডিজিটেল ডেস্কঃ তেওঁৰ হাতত এটা বা দুটা নহয়, মুঠ ১২টা গ্ৰেমী আছে। পশ্চিমীয়া সংগীত জগতৰ অন্যতম জনপ্ৰিয় পপ তাৰকা। ইয়াৰ উপৰিও তেওঁ অন্যতম ধনী তাৰকা। তেওঁ হৈছে টেইলৰ এলিছন চুইফট। কিন্তু এইগৰাকী পপষ্টাৰকে অৰিজিত সিঙে চেৰ পেলালে৷ কিন্তু কেনেকৈ?

    সংগীত শুনিবলৈ Spotify অন্যতম জনপ্ৰিয় প্লেটফৰ্ম। সংগীত শুনাৰ উপৰিও শ্ৰোতা আৰু অনুৰাগীয়ে সেই মঞ্চত নিজৰ প্ৰিয় শিল্পীক ‘ফ’ল’ কৰিব পাৰে। অনুৰাগীৰ সংখ্যাৰ ক্ষেত্ৰত অৰিজিত সিঙে টেইলৰ চুইফটক পৰাস্ত কৰে। অৰিজিতে কেৱল টেইলৰ চুইফটকেই নহয়, হলিউডৰ নতুন প্ৰজন্মৰ জনপ্ৰিয় গায়িকা বিলি আইলিছকো চেৰ পেলাইছে৷ এতিয়া তেওঁৰ স্পটিফাইত ৮৬ লাখতকৈ অধিক অনুৰাগী আছে। আনহাতে টেইলৰ চুইফটৰ অনুৰাগীৰ সংখ্যা প্ৰায় ৭৯ লাখ।

    স্পটিফাইত জনপ্ৰিয়তাৰ ক্ষেত্ৰত এতিয়া শীৰ্ষস্থান দখল কৰিছে ব্ৰিটিছ পপ তাৰকা এড শ্বীৰানে। তেওঁৰ অনুৰাগী ১১.৩ কোটিতকৈ অধিক। দ্বিতীয় স্থানত আছে পপ তাৰকা আৰিয়ানা গ্ৰেণ্ডে, যাৰ প্ৰায় ৯১ লাখ অনুৰাগী আছে। তেওঁৰ পিছে পিছে অৰিজিত।

    অৰিজিতৰ জন্ম হৈছিল পশ্চিমবংগৰ মুৰ্ছিদাবাদত। জিয়াগাঞ্জত ডাঙৰ হোৱা। তেওঁ এতিয়া বলীউডৰ অন্যতম জনপ্ৰিয় প্লেবেক গায়ক।





    sv388sv388sabung ayam onlinesv388live casinosv388slot server thailandagen sabung ayamlive casino Onlinescatter hitamhongkong poolslive casino onlinesabung ayam onlinelive casino onlinesabung ayam onlinelive casino onlinesitus slot gacorlive casino onlinesabung ayam onlinesbobet88slot gacor malam iniINDOJAWA88INDOJAWA88sabung ayam onlinesabung ayam onlinesv388agen casino onlinesv388live baccarat onlineINDOJAWA88INDOJAWA88sv388INDOJAWA88INDOJAWA88sv388live casino onlinesv388live casino onlinemix parlay sbobetcasino onlinesabung ayam onlinesv388sv388live casino onlinesbobet88sv388sv388sv388live casino onlinesabung ayam onlineslot777slot gacoragen casino online