• ট্রাম্প-পুটিনৰ প্ৰস্তাৱিত আলোচনাক লৈ ৰাষ্ট্ৰপতি জেলেনস্কিৰ হুংকাৰ

    আন্তঃৰাষ্ট্ৰীয়
    ট্রাম্প-পুটিনৰ প্ৰস্তাৱিত আলোচনাক লৈ ৰাষ্ট্ৰপতি জেলেনস্কিৰ হুংকাৰ
    ডিজিটেল ডেস্ক: আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে তিনি বছৰীয়া আমেৰিকাৰ নীতি পৰিহাৰ কৰি অতি সোনকালে ৰাছিয়া-ইউক্রেইনৰ যুদ্ধ-বিৰতিৰ বিষয়ত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে আলোচনাত মিলিত হ'ব বুলি ঘোষণা কৰিছিল। 

    ইয়াৰ পাছত ইউক্রেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে কয় যে ৰাছিয়া-ইউক্রেইনৰ যুদ্ধৰ অন্ত পেলোৱাৰ বাবে ইউক্রেইনক জড়িত নকৰাকৈ হোৱা যিকোনো শান্তি আলোচনাৰ কোনো সিদ্ধান্ত ইউক্রেইনে মানি নলয়। 

    ট্রাম্পে পুটিনৰ লগত এই বিষয়ত কথা পতাটো 'বৰ সন্তোষজনক' নহয় বুলি জেলেনস্কিয়ে মন্তব্য কৰে। পুটিনৰ পৰিকল্পনা অনুসৰি সকলো হ'বলৈ দিয়া নহ'ব বুলি তেওঁ কয়। এখন স্বতন্ত্র দেশ হিচাপে ইউক্রেইনক জড়িত নকৰাকৈ কোনো চুক্তি সম্পাদন হ'লে, সেই চুক্তিখন কেনেকৈ ইউক্রেইনে মানি ল'ব বুলি জেলেনস্কিয়ে প্রশ্ন কৰে। আনহাতে, একেধৰণে কেইখনমান ইউৰোপীয় দেশেও ইউক্রেইনক জড়িত কৰি শান্তিৰ বিষয়ত আলোচনাৰ পোষকতা কৰিছিল।


    উৎসঃ দৈনিক জনমভূমি
    sv388sv388sabung ayam onlinesv388live casinosv388slot server thailandagen sabung ayamlive casino Onlinescatter hitamhongkong poolslive casino onlinesabung ayam onlinelive casino onlinesabung ayam onlinelive casino onlinesitus slot gacorlive casino onlinesabung ayam onlinesbobet88slot gacor malam iniINDOJAWA88INDOJAWA88sabung ayam onlinesabung ayam onlinesv388agen casino onlinesv388live baccarat onlineINDOJAWA88INDOJAWA88sv388INDOJAWA88INDOJAWA88sv388live casino onlinesv388live casino onlinemix parlay sbobetcasino onlinesabung ayam onlinesv388sv388live casino onlinesbobet88sv388sv388sv388live casino onlinesabung ayam onlineslot777slot gacoragen casino online