comScore
  • পানীৰ তলত ব্যায়াম কৰে অভিনেতা অক্ষয় কুমাৰে! একুৱা ৱৰ্কআউটৰ বিষয়ে কি ক’লে অভিনেতাজনে?

    মনোৰঞ্জন
    পানীৰ তলত ব্যায়াম কৰে অভিনেতা অক্ষয় কুমাৰে!  একুৱা ৱৰ্কআউটৰ বিষয়ে কি ক’লে অভিনেতাজনে?
    ডিজিটেল ডেস্কঃ বলীউডৰ চিৰ সেউজ অভিনেতাসকলৰ ভিতৰত অক্ষয় কুমাৰো এজনষ ৫৬  বছৰ বয়সতো অক্ষয় কুমাৰে ধৰি ৰাখিব পাৰিছে ফিটনেছ। ইয়াৰ বাবে তেওঁ নিতৌ বহু প্ৰৰিশ্ৰমো কৰে।  বলীউডৰ অভিনেতা হিচাবে তেওঁ বহুতৰে প্ৰিয়। নিজৰ ফিটনেছ সন্দৰ্ভত  অভিনেতাগৰাকীয়ে  কোনো কথাই গোপনে ৰাখিব বিচৰা নাই।

    অক্ষয় কুমাৰে অলপতে হোৱাটছএপ চেনেলত যোগদান কৰিছে আৰু তাতেই তেওঁৰ ব্যায়ামৰ ৰুটিনৰ এক আভাস দিছে। ক্লিপ এটা  শ্বেয়াৰ কৰি তেওঁ লিখিছে, "সুপ্ৰভাত বন্ধুসকল! মই এইমাত্ৰ মোৰ একুৱা ৱৰ্কআউট শেষ কৰিছো। মই কোনো  বিৰূপ প্ৰভাৱ পৰাৰ  আশংকা নথকাকৈ সম্পূৰ্ণ  ব্যায়ামৰ বাবে পানীত ব্যায়াম কৰিবলৈ ভালপাওঁ। মোৰ উশাহ পানীৰ তলত ধৰি ৰখাটো হাঁওফাঁওৰ বাবেও এক উত্তম ব্যায়াম! এতিয়া দিনটোৰ সৈতে যুঁজিবলৈ সাজু হৈছো।  চিয়েৰ্ছ।"

    ঠিক আছে, এতিয়া আমি জানো যে তেওঁ 56 বছৰ বয়সতো কেনেদৰে নিজৰ শৰীৰ বজাই ৰাখে।

    শেহতীয়া অক্ষয়ে মিছন ৰাণীগঞ্জ: দ্য গ্ৰেট ভাৰত ৰেচকিউৰ মুক্তিৰ বাবে সাজু হৈছে।  পৰিণীতি চোপ্ৰা অভিনীত এই ছবিখন  ৬ অক্টোবৰত ছবিগৃহত মুক্তি লাভ কৰিব।

    ইয়াৰ উপৰি তেওঁ ৱেলকাম টু দা জাংগল এ.কে.এ ৱেলকাম ৩, বড়ে মিয়া চোটে মিয়া, হাউচফুল ৫ আৰু সূৰাৰাই পট্ৰুৰ হিন্দী ৰিমেক পাইপলাইনৰ বাবেও ব্যস্ত হৈ আছে। 
    indojawa88slot thailandsabung ayam onlinesv388mahjong ways 2https://www.satudatadesa.com/Link Agen Sabung Ayam Onlineslot gacorsabung ayam onlinesabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesabung ayam online