• শাৰী পিন্ধাই মোক ছোৱালী সজাই খুড়াই যৌন নিৰ্যাতন চলাইছিল! ভয়ংকৰ সত্য উন্মোচিত ফেশ্বন ডিজাইনাৰ ৰোহিত বাৰ্মাৰ

    মনোৰঞ্জন
    শাৰী পিন্ধাই মোক ছোৱালী সজাই খুড়াই যৌন নিৰ্যাতন চলাইছিল! ভয়ংকৰ সত্য উন্মোচিত ফেশ্বন ডিজাইনাৰ ৰোহিত বাৰ্মাৰ
    ডিজিটেল ডেস্কঃ বিগ বছৰ প্ৰাক্তন প্ৰতিযোগী তথা বিখ্যাত ফেশ্বন ডিজাইনাৰ ৰোহিত বাৰ্মাই এক চাঞ্চল্যকৰ প্ৰকাশ কৰিছে। সকলোৰে সন্মুখত প্ৰকাশ কৰিলে ৰোহিতে নিজৰ জীৱনৰ ভয়ংকৰ আৰু তিক্ত সত্য। ৰোহিত বাৰ্মাই জনোৱা মতে, যেতিয়া তেওঁৰ বয়স ৮ বছৰ আছিল তেতিয়া তেওঁৰ এজন  খুড়াকে তেওঁক যৌন নিৰ্যাতন চলাইছিল।

    ৰোহিতে কয় যে তেওঁ এটা অতি ভাল পৰিয়ালৰ সন্তান। তেওঁৰ পৰিয়ালৰ লোকসকলে এতিয়াও পৰম্পৰাগত ৰীতি-নীতি মানি সংস্কাৰমূলকভাৱে চলে। কিন্তু তাৰপাছতো সকলোৰে অজ্ঞাতে ৰোহিত বাৰ্মাৰ জীৱনত ভয়ংকৰ ঘটনা সংঘটিত হৈছিল।  শৈশৱৰ ভয়াৱহ কাহিনী উদঙাই দি ৰোহিতে কৈছিল যে খুড়াকে তেওঁক জোৰ কৰি শাৰী পিন্ধাই গাত গৰম মম লগাই দিছিল। লগতে খুড়াকে তেওঁক চলাইছিল যৌন নিৰ্যাতন।

    ৰোহিতে কয় যে, ''খুড়াই মোক শাৰী পিন্ধাই ছোৱালী সজাইছিল আৰু মোৰ ওপৰত গৰম মম লগাইছিল আৰু তাৰপাছত মোৰ লগত কিছুমান ভয়ংকৰ কাণ্ড কৰিছিল। এই সকলোবোৰ খুড়াই মোৰ লগত অবিৰতভাৱে ৩-৪ বছৰ ধৰি কৰিলে। ভয়ত এই সকলোবোৰ কথা মই কেতিয়াও মা দেউতাকৰ লগত শ্বেয়াৰ কৰা নাছিলো।''

    ৰোহিতে অকপটে স্বীকাৰ কৰে যে মুম্বাইলৈ প্ৰথম আহোতে তেওঁ বেশ্যা হিচাপেও কৰিছিল। সেই সময়ত তেওঁ শাৰী পিন্ধিছিল। ৰোহিতে ইয়াৰ লগতে ইণ্ডাষ্ট্ৰীত চলি থকা কাষ্টিং কাউচৰ অন্ধকাৰ সত্যৰ বিষয়েও কয়। ৰোহিতে কয় যে তেওঁ এজন জনপ্ৰিয় অভিনেতাৰ সৈতে লিভ-ইন সম্পৰ্কত আছিল। কিন্তু সেই অভিনেতাজনে যেতিয়া কাম পাবলৈ ধৰিলে, তেতিয়া তেওঁ ৰোহিতক এৰি গুচি গ’ল। ৰোহিত বাৰ্মাই কোৱা এই কথাবোৰক লৈ এতিয়া ইণ্ডাষ্ট্ৰী আৰু ছচিয়েল মিডিয়াত ব্যাপক চৰ্চা আৰম্ভ হৈছে। 
    sv388sv388INDOJAWA88mix parlay sbobetcasino onlinesabung ayam onlinesv388sv388slot gacorslot777judi baccarat onlineagen mix parlaysv388sv388live casino onlinesv388agen casino onlineagen casinosabung ayam onlinelive casino onlinesv388agen live casinosv388sabung ayam onlinecasino onlinecasino onlinesabung ayamsabung ayamsabung ayamsitus judi baccaratsabung ayam onlineagen live casino onlineagen sabung ayam onlineINDOJAWA88slot gacor 777slot zeusslot gacor hari inisv388agen roulette onlinesv388judi baccarat onlineslot thailandsv388live casino onlinesv388live casino onlineSlot Thailand