• আজিৰ দিনটোত আপোনাৰ ভাগ্যত কি লিখা আছে...চাওঁ আহক ৰাশিফল

    জীৱন শৈলী
    আজিৰ দিনটোত আপোনাৰ ভাগ্যত কি লিখা আছে...চাওঁ আহক ৰাশিফল
    ০৯ মাৰ্চ,২০২২, বুধবাৰ

    মেষ : দিনটো শুভ। নিজৰ ওপৰত ভৰষা ৰাখক। আপোনাৰ চাৰিওফালৰ লোকসকলক সহায়ৰ প্ৰয়োজন হ'ব পাৰে। অৰ্থনৈতিক সম্পৰ্কে চিন্তা দূৰ হ'ব।

    bfc2

    বৃষ : দিনটো মধ্যমীয়া। প্ৰেমত শুভ।যান-বাহনৰ পৰা সাৱধান।কামৰ বাবে ভ্ৰমণ ফলপ্ৰসূ হ'ব পাৰে।

    মিথুন : খং-ৰাগ নিয়ন্ত্ৰণ কৰক। চাকৰিয়ালৰ শুভ। বন্ধুৰ সৈতে সংঘাত। প্ৰেমত মাদকতা হ্ৰাস।

    কৰ্কট : দিনটো মধ্যমীয়া।কৰ্মক্ষেত্ৰত প্ৰশংসা পাব। ভগ্নীৰ সৈতে মনোমালিন্য। মনৰ অশান্তি বাঢ়িব।

    সিংহ : কৰ্মজীৱনত প্ৰসংশা লাভৰ যোগ। হেৰুৱা সম্পৰ্ক ঘূৰাই পাব। পৰিয়ালত শান্তি। পূব দিশত ভ্ৰমণ নকৰিব।

    কন্যা : দিনটো শুভ। ভাগ্য ভাল। পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত। প্ৰেমত অস্থিৰতা। সাংবাদিকৰ শুভ।

    তুলা : নতুনকৈ ব্যৱসায় আৰম্ভ নকৰাই ভাল। খৰচ বাঢ়িব। প্ৰেমত সন্দেহ বৃদ্ধি। পৰিয়ালৰ শান্তি বৰ্তি থাকিব।

    বৃশ্চিক : স্বাস্থ্য ভালে নাযাব। ঘৰলৈ মন পচন্দৰ আলহী আহিব। কোনো কথাত মন বেয়া হব পাৰে। শিক্ষাৰ্থীৰ শুভ।

    ধনু : স্বাস্থ্যৰ যত্ন লওক। খোৱা-বোৱাত ধ্যান দিয়ক। প্ৰেমত শান্তি। পৰিয়ালত সংঘাত। খৰচ বৃদ্ধি।

    মকৰ : কৰ্মব্যস্ততা বৃদ্ধি। স্বাস্থ্য বৰ ভালেৰে নাযাব। বন্ধুৰ সৈতে আনন্দ উপভোগ। ভ্ৰমণৰ যোগ।

    কুম্ভ : বৈবাহিক জীৱনত আনন্দ। নতুন খবৰ আহিব পাৰে। প্ৰেমাস্পদক লগ পাব। উপহাৰ পাব।

    মীন : ভ্ৰমণত শুভ। বন্ধুৰ সৈতে কোনো স্থানলৈ যাত্ৰা। সকলো কাম সমাধা হ'ব। খৰচ বৃদ্ধি। প্ৰেমত শুভ।