১৬ মাৰ্চ,২০২২,বুধবাৰ
মেষ ৰাশি : দিনটো শুভ৷ বহু ব্যক্তিক লগ পাব৷ কঠোৰ পৰিশ্ৰমে সুনাম কঢ়িয়াব। স্বাস্থ্যৰ শুভ।
বৃষ ৰাশি : দিনটো আনন্দত কটাব। ভাগ্য ভাল৷ কৰ্মত সাফল্য অৰ্জন। বন্ধুৰ সৈতে মিলন। ভ্ৰমণত সাৱধান।
মিথুন ৰাশি : মনৰ শান্তি ঘূৰি আহিব। পৰিয়ালৰ লগত তৰ্ক-বিতৰ্ক হʼব পাৰে৷ পেটৰ সমস্যাই আমনি দিব। শিক্ষাৰ্থীৰ শুভ।
ককৰ্ট ৰাশি : ভাল-বেয়াৰ মাজেৰে দিনটো পাৰ হ’ব৷ব্যয় বাঢ়িব। নতুন বস্তু কিনা হ’ব পাৰে। আত্মীয়ক আগমন।
সিংহ ৰাশি : দিনটো খং উঠি থাকিব। সহকৰ্মীৰ সৈতে সংঘাত। কোনোবাই অপমান কৰিব পাৰে। ভ্ৰমণত বাধা।
কন্যা ৰাশি : নিজৰ ওপৰত বিশ্বাস ৰাখি কাম কৰিলে সফলতা পাব৷ বিবাহৰ সংযোগ৷ প্ৰেমত অশান্তি। পুৰণি প্ৰেমে আমনি কৰিব।
তুলা ৰাশি : মানসিক অশান্তি হোৱাৰ সম্ভাৱনা৷ ব্যৱসায়ৰ ফল লাভ৷ ভাবি-চিন্তি কোনো সিদ্ধান্ত লওক৷ ঘৰুৱা শান্তি বৰ্তি থাকিব।
বৃশ্চিক ৰাশি : প্ৰশংসা লাভ৷ কৰ্মত সফল৷ কৰ্মক্ষেত্ৰত পদোন্নতি৷ সন্ধিয়াটো ৰঙীন হ’ব।
ধনু ৰাশি : পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত৷ শিক্ষাৰ্থীসকলৰ বাবে শুভ দিন৷ প্ৰেমৰ বাধা আঁতৰিব। মন আনন্দত থাকিব।
মকৰ ৰাশি : বিবাহৰ সংযোগ৷ কষ্ট কৰিলে সফলতা নিশ্চিত। প্ৰেমত শান্তি। পত্নীৰ সৈতে বিবাদ। হেৰুৱা বস্তু ঘূৰাই পাব।
কুম্ভ ৰাশি : নিজৰ কৰ্ম সম্পাদন কৰক৷ পৰিশ্ৰম কৰক৷অধ্যয়নৰ প্ৰতি আগ্ৰহ৷ প্ৰেমত শুভ৷
মীন ৰাশি : যিকোনো কৰ্ম সহজে কৰিব পাৰিব৷ প্ৰেমত শুভ৷ বন্ধুৰ সৈতে ফুৰিবলৈ যোৱা হ’ব পাৰে। পৰিয়ালত মনোমালিন্য।
Leave A Comment