• কি লিখা আছে আজি আপোনাৰ ভাগ্যত...চাওঁ আহক ৰাশিফল

    জীৱন শৈলী
    কি লিখা আছে আজি আপোনাৰ ভাগ্যত...চাওঁ আহক ৰাশিফল
    ২৫ মাৰ্চ,২০২২, শুকুৰবাৰ

    মেষ ৰাশি– বিশেষ প্ৰশংসা পাব। আপোনাৰ প্ৰিয়জনক লগ পাব। খৰচ বাঢ়িব। স্বাস্থ্য উন্নত।

    বৃষ ৰাশি– মনৰ চিন্তা ধাৰা উন্নত হ’ব৷ কৰ্মক্ষত্ৰত সফলতা পাব। সজাগ নহ’লে বিপদত পৰিব। আলহী আহিব।

    মিথুন ৰাশি- কৰ্মক্ষেত্ৰত উন্নতি৷ দাঁতৰ বিষক ভুগিব পাৰে। মনলৈ নানা চিন্তা আহিব। প্ৰেমত বিচ্ছেদৰ সম্ভাৱনা।

    কৰ্কট ৰাশি– সকলো চেষ্টাতে সফলতা লাভ কৰিব। আৰ্থিক ভাৱে আজি আপুনি সবল থাকিব। স্বামী-স্ত্ৰীৰ সংঘাত। প্ৰেমত অশান্তি।

    কন্যা ৰাশি– আজিৰ দিনটোত মনত শান্তি বাঢ়িব৷ শাৰীৰিক দিশত ঠিকে থাকিব। ঘৰুৱা বিবাদ অন্ত পৰিব। সন্তানৰ শুভ।

    সিংহ ৰাশি– কৰ্মক্ষেত্ৰত হতাশা৷ প্ৰেমত শুভ৷ আয় বৃদ্ধিৰ যোগ দেখা যায়। মাতৃৰ শৰীৰ উন্নত।

    তুলা ৰাশি– সপোন বাস্তৱ হব। আয় বৃদ্ধি পাব। ব্যৱসায়ত উন্নতি। পঢ়া-শুনাত মধ্যম। প্ৰেম ঠিকেঠাকে থাকিব।

    বৃশ্চিক ৰাশি– কৰ্মক্ষত্ৰত প্ৰশংসা পাব৷ প্ৰতাৰণাৰ সন্মুখীন হ’ব পাৰে৷ সামান্য মিছা অপবাদৰ যোগ দেখা যায়। ভ্ৰমণত শুভ।

    ধনু ৰাশি- কৰ্ম উদ্যম হ্ৰাস পাব৷ মনত সামান্য অশান্তি ভাৱ বাঢ়িব পাৰে৷ প্ৰেমত মনোমালিন্যৰ যোগ দেখা যায়। খৰচ নিয়ন্ত্ৰণ।

    মকৰ ৰাশি- সকলো কামতে আনৰ সহায়-সহযোগিতা লাভ৷ মনত সামান্য অশান্তিৰ ভাৱ বৃদ্ধিৰ যোগ। দাঁতৰ বিষৰ সমস্যা। পৰিয়ালত শান্তি।

    কুম্ভ ৰাশি- কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব৷খৰছ বৃদ্ধিৰ যোগ। প্ৰেমক লৈ চিন্তা। ভ্ৰমণত বাধা।

    মীন ৰাশি- পাৰিবাৰিক দিশত শুভ৷ আজি আপুনি সজাগ নহ’লে কৰ্মত সামান্য জটিলতা বাঢ়িব পাৰে লগতে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।