• কেনে যাব আপোনাৰ দিনটো...১৩ মাৰ্চৰ ৰাশিফল চাওঁ আহক

    জীৱন শৈলী
    কেনে যাব আপোনাৰ দিনটো...১৩ মাৰ্চৰ ৰাশিফল চাওঁ আহক
    ১৩ মাৰ্চ,২০২২, দেওবাৰ

    মেষ: আত্মবিশ্বাস বাঢ়িব। গৃহ নিৰ্মাণৰ চিন্তা। প্ৰেমত সংঘাত। ব্যৱসায়ত ক্ষতি।

    বৃষ: সামাজিক সক্ৰিয়তা বৃদ্ধি পাব। পৰকীয়া প্ৰেম নকৰিব। ঘৰুৱা সংঘাত। বিদ্যাৰ্থীৰ শুভ।

    মিথুন : প্ৰশংসা লাভৰ যোগ। ধৈৰ্য্যৰ প্ৰয়োজন হ’ব। বেমাৰে কষ্ট দিব পাৰে। জুইৰ পৰা সাৱধান।

    কৰ্কট : খং, ক্ষোভ, বাঢ়িব। শৰীৰৰ ৰোগ বৃদ্ধি হ’ব পাৰে। কাৰোবাৰ পৰা কষ্ট পাব। ভ্ৰমণত শুভ।

    সিংহ : সুনাম লাভৰ যোগ। মনৰ বেমেজালি আঁতৰিব। সমাজৰ কাম কৰিবলৈ মন মেলিব। প্ৰেমত শুভ।

    কন্যা : আশা পূৰণৰ সংকেত। সকলোকে বন্ধু বুলি  নাভাবিব। প্ৰেমৰ সংঘাত আঁতৰিব। আলহী আহিব।

    তুলা : শত্ৰু পৰাভূত হ’ব।আধ্যাত্মিক চিন্তাত ব্ৰতী। আলহীৰ আগমন। ৰোগৰ দূৰ হ’ব। ভাল খাদ্য খাবলৈ পাব।

    বৃশ্চিক : সমস্যা সমাধান হ’ব। খৰচ বৃদ্ধি। কোনো লোকৰ প্ৰতি তীব্ৰ আকৰ্ষণ অনুভৱ কৰিব। মানহানিৰ যোগ।

    ধনু : কৰ্মত মন নবহিব। সুস্থিৰ চিন্তাত ব্ৰতী থাকক। মিছা কথা কাকো নক’ব। ভ্ৰমণৰ যোগ।

    মকৰ : সামাজিক মান বৃদ্ধি।আনৰ প্ৰশংসা পাব। বিদ্যাৰ্থীৰ অশুভ। প্ৰেমত সন্দেহ দূৰ হ’ব।

    কুম্ভ : জ্ঞান লভাৰ সুযোগ পাব। মাংগলিক কৰ্মই মন আনন্দিত কৰিব। সামাজিক সচেতনতা বৃদ্ধি। ব্যৱসায়ত লাভ।

    মীন : মনৰ  চঞ্চলতা বাঢ়িব। সামাজিক মানহানি। স্বাস্থ্যই আমনি কৰিব। চোৰৰ পৰা সাৱধান। প্ৰেমত শুভ।