২৭ মাৰ্চ,২০২২, দেওবাৰ
মেষ : ঘৰত আত্মীয়ৰ সংযোগ ঘটিব। খৰচ বৃদ্ধি। জীৱ-জন্তুৰ পৰা সাৱধান। ভ্ৰমণত শুভ।
বৃষ: প্ৰেমত সুখী। কোনো মাংগলিক কৰ্মত ভাগ লবলৈ পাব। সামাজিক সচেতনতা বৃদ্ধি। পৰিয়ালত শুভ।
মিথুন: মনত শান্তি থাকিব। প্ৰেমত চঞ্চলতা বৃদ্ধি। পৰচৰ্চা নকৰিব। সন্তানক গুৰুত্ব দিয়ক।
কৰ্কট : খং এৰাই চলক। ৰক্তচাপ বৃদ্ধি হ’ব পাৰে। কাৰোবাৰ পৰা কষ্ট পাব। প্ৰেমত শান্তি।
সিংহ : সুনাম লাভৰ যোগ। মনৰ বেমেজালি আঁতৰিব। সমাজৰ কামত দৃঢ়তা। খৰচ বাঢ়িব
কন্যা : আশা পূৰণৰ সংকেত। ভালকৈ এসাঁজ খাবলৈ পাব। পাৰিবাৰিক সংঘাত আঁতৰিব। ভ্ৰমণত মধ্যম।
তুলা : আধ্যাত্মিক চিন্তাত ব্ৰতী। প্ৰেমত দূৰত্ব বৃদ্ধি। পৰিয়ালত অশান্তি। ৰোগৰ ভয় দূৰ হব।
বৃশ্চিক : যিকোনো কামত আত্মবিশ্বাস বাঢ়িব। গৃহ নিৰ্মাণৰ চিন্তা। নিশাৰ ভাতৰ নিমন্ত্ৰণ পাব পাৰে। প্ৰেমত বাধা।
ধনু : কৰ্মত মন বহিব।কাকো মিছা নক’ব। ব্যৱসায়ত শুভ। পৰিয়ালত শান্তি ঘূৰি আহিব।
মকৰ : সামাজিক মান বাঢ়িব। প্ৰশংসা পাব প্ৰেমত আনন্দ। শিক্ষাৰ্থীৰ শুভ। ৰোগমুক্ত হব।
কুম্ভ : সামাজিক কাম কৰিবলৈ মন মেলিব। ব্যৱসায় ঠিকে-ঠাকে থাকিব। প্ৰেমত সংঘাত। স্বাস্থ্যক লৈ চিন্তা।
মীন : সন্মান লাভৰ যোগ। কোনো কামত ধৈৰ্য্যৰ প্ৰয়োজন হ’ব। দাঁতৰ বিষে কষ্ট দিব পাৰে। চোৰৰ পৰা সাৱধান
Leave A Comment