আঞ্চলিক
৫কাতি, শনিবাৰ, ইং ২৩ অক্টোবৰ, ২০২১
মেষ ৰাশি : মেষ ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত উত্তম বস্ত্ৰ লাভ কৰিব পাৰে, লগতে মনৰ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
বৃষ ৰাশি : বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ধন-সন্মান লাভ হ’ব, কৰ্মত সফল হ’ব, লগতে ভ্ৰমণৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।
মিথুন ৰাশি : মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ আত্মবিশ্বাস বাঢ়িব, মনৰ আশা বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰ সামান্য বাধা সৃষ্টি হোৱাৰ যোগ দেখা যায়।
কৰ্কট ৰাশি : কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ হ’ব, কৰ্মত বুদ্ধি বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে সামান্য সন্মান বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
সিংহ ৰাশি : সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত সফল হ’ব যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
কন্যা ৰাশি: কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হ’ব যদিও আজি আপুনি সজাগ নহ’লে সামান্য মনোমালিন্য হ’ব পাৰে লগতে ঘৰুৱা দিশত সামান্য অশান্তি ভাব বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
তুলা ৰাশি : তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত জ্ঞান বাঢ়িব, ধন-সন্মান লাভ হ’ব যদিও আজি আপুনি সজাগ নহ’লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
বৃশ্চিক ৰাশি : বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ সফল হ’ব, মনৰ চিন্তাধাৰা উন্নত হ’ব যদিও আজি আপুনি সজাগ নহ’লে ব্যৱসায়িক দিশত সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়।
ধনু ৰাশি : ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মক্ষেত্ৰ শুভ হ’ব, কৰ্মক্ষেত্ৰ সামান্য পৰিশ্ৰম বাঢ়িব পাৰে লগতে সজাগ নহ’লে সামান্য বেয়া সংবাদ পোৱাৰ যোগ দেখা যায়।
মকৰ ৰাশি : মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মব্যস্ততা বাঢ়িব, সম্পত্তি লাভ হ’ব, লগতে সু-সংবাদ লাভ হোৱাৰ যোগ দেখা যায়।
কুম্ভ ৰাশি : কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজি দিনটোত মনৰ চিন্তা দূৰ হ’ব, লগতে কৰ্মক্ষেত্ৰত শুভ হোৱাৰ যোগ দেখা যায়।
মীন ৰাশি : মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত উৎসাহ বাঢ়িব পাৰে, শুভ সংবাদ লাভ হ’ব, লগতে উকীলসকলৰ কৰ্মক্ষেত্ৰ শুভ হোৱাৰ যোগ দেখা যায়।
Leave A Comment