২৮ ফেব্ৰুৱাৰী,২০২২,সোমবাৰ
মেষ ৰাশি- খং নিয়ন্ত্ৰণ কৰক। শিক্ষাৰ ক্ষেত্ৰত অগ্ৰগতি। ভাতৃ-ভগ্নীৰ মিলা-প্ৰীতি বাঢ়িব।খৰচ বৃদ্ধি। স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখক।
বৃষ ৰাশি- কামত সফলতা। স্বভাৱ খিংখিঙীয়া হ'ব। স্বাস্থ্যত ধ্যান দিয়ক। ভাল খবৰ পাব।
মিথুন ৰাশি- কথা বতৰাত মাৰ্জিত হওক। মানসিক অশান্তি বৃদ্ধি। খৰচ বৃদ্ধি। কামত ভাতৃৰ সহযোগ। পৰিয়ালৰ শুভ।
কৰ্কট ৰাশি- আত্মবিশ্বাস বৃদ্ধি। কৰ্মক্ষেত্ৰত প্ৰশংসা। ভ্ৰমণৰ সম্ভাৱনা। জুই আৰু পানীৰ পৰা আঁতৰত থাকক ।
সিংহ ৰাশি- খং বৃদ্ধি। শিক্ষাত সফলতা। নিজৰ লগতে পিতৃৰো স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখক। ঘৰলৈ আলহী আহিব।
কন্যা ৰাশি- মানসিক শান্তি বৃদ্ধি। নেতিবাচক চিন্তা দূৰ হব। খৰচ বৃদ্ধি। জীৱনসংগীৰ স্বাস্থ্যই চিন্তাত পেলাব। মন পছন্দৰ খাদ্য খাবলৈ পাব।
তুলা ৰাশি- শিক্ষাত বাধা। বন্ধুবৰ্গৰ আগমন। স্বাস্থ্যই আমনি কৰিব। কৰ্মক্ষেত্ৰত হতাশা। পৰিয়ালত কাজিয়াৰ সম্ভাৱনা।
বৃশ্চিক ৰাশি- মন অশান্ত থাকিব। প্ৰেমত তৰ্কাতৰ্কি। আয় বৃদ্ধি পাব। শিক্ষাত উন্নতি। সন্তানৰ স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখক।
ধনু ৰাশি- বন্ধুয়ে মন ভাল লগাব। বিবাহৰ সংযোগ। নতুন উপহাৰ লাভ কৰিব। কৰি ভাল পোৱা কামৰ যোগে প্ৰশংসা পাব।
মকৰ ৰাশি- আশাৰে মন ভৰি থাকিব। প্ৰেমত শুভ। কৰ্মক্ষেত্ৰত ভাল ফল লাভ কৰিব। বেমাৰ আঁতৰিব। মাতৃৰ শুভ।
কুম্ভ ৰাশি- স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখক। ব্যৱসায়ৰ দিশত উন্নতি। খৰচ বাঢ়িব। বাহিৰা বস্তু খোৱাৰ পৰা বিৰত থাকক।
মীন ৰাশি- মানসিক শান্তি অটুট থাকিব। পাৰিবাৰিক আনন্দ বৃদ্ধি। যান-বাহন চলাওঁতে সাৱধান। স্বাস্থ্যক লৈ কিছু চিন্তা থাকিব। প্ৰিয়জনৰ সংগ লাভ ।
আৰু পঢ়কঃ ইজনৰ পাছত সিজনৰ সৈতে সম্পৰ্ক!চিআৰপিএফ জোৱানৰ পত্নীক হত্যা অবৈধ প্ৰেমিকৰ
Leave A Comment