• মাৰ্চ মাহৰ দ্বিতীয় দিনটোত আপোনাৰ ভাগ্যত কি আছে..চাওঁ আহক ৰাশিফল

    জীৱন শৈলী
    মাৰ্চ মাহৰ দ্বিতীয় দিনটোত আপোনাৰ ভাগ্যত কি আছে..চাওঁ আহক ৰাশিফল
    ২ মাৰ্চ,২০২২, বুধবাৰ

    মেষঃ চিন্তাধাৰা উন্নত। কৰ্মক্ষেত্ৰত পদোন্নতি৷ প্ৰশংসা পাব। ঘৰলৈ অতিথিৰ আগমন ঘটিব। স্বাস্থ্যত মধ্যম।

    বৃষঃ কৰ্মক্ষেত্ৰত ভাগ্য সুপ্ৰসন্ন হ’ব। কোনো নতুন কাম সফল হ’ব পাৰে। গেষ্ট্ৰিকৰ সমস্যাই দেখা দিব। প্ৰেমত কাজিয়া।

    মিথুনঃ দিনটো আনন্দময় হʼব৷ আনৰ পৰা পৰামৰ্শ নল’ব৷কামত মনোযোগৰ প্ৰয়োজন।খৰচ বাঢ়িব। বন্ধুৰ সৈতে সম্পৰ্ক মধুৰ হʼব।

    ককৰ্টঃ ব্যৱসায়ত হতাশা। চাকৰিয়ালৰ শুভ। খৰচ বৃদ্ধি৷ দাঁতৰ বিষ হ’ব পাৰে। প্ৰেমত সন্দেহ বৃদ্ধি।

    সিংহঃ ব্যৱসায়ত ভাল৷ লক্ষ্যত সফল হʼব৷ শিল্পী-সাহিত্যিকৰ শুভ। প্ৰেমত মৰম বৃদ্ধি। ঘৰুৱা শান্তি অটুট থাকিব।

    কন্যাঃ শুভ দিন৷ দিনটো আনন্দময় হʼব৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷ বিয়া আৰু সংযোগত সফল হʼব ৷ প্ৰেমত শুভ।

    তুলাঃ দিনটো প্ৰায় ভাল৷ কোনো নতুন ব্যক্তিৰ লগত সংযোগ হʼব৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হব। মাতৃৰ স্বাস্থ্য উন্নত।

    বৃশ্চিকঃ মানসিক অশান্তিত ভুগিব৷ স্বাস্থ্যৰ হানি। কোনো মানুহৰ পৰা পৰা আঘাত পাব পাৰে ৷ খৰচ বৃদ্ধি ৷

    ধনুঃ দিনটো আনন্দৰে যাব ৷ প্ৰত্যাহ্বানৰ সম্মুখীন হʼব ৷ ঈশ্বৰৰ কৃপা লাভ ৷ ভাগ্য ভাল ৷ কর্ম ব্যৱসায়ত লক্ষ্যত উপনীত হ’ব।

    মকৰঃ দিনটো খেলিমেলিৰে যাব। আপুনি কর্মত মনোযোগ দিব ৷ কোনো নতুন পৰিকল্পনা নকৰিব ৷ হতাশা নহ’ব, পুনৰ চেষ্টা কৰিব ৷ কঠোৰ পৰিশ্ৰম কৰিলে ফল লাভ কৰিব৷ যিজন ধৈৰ্য্যশীল হয় তেওঁ লাভৱান হ’ব ৷

    কুম্ভঃ মনটোত নানা চিন্তাই খেলিমেলি লগাব ৷ এলাহ বাঢ়িব। পৰিয়ালত শান্তি বজাই ৰাখিবলৈ যত্ন কৰক। সন্তানৰ ওপৰত ধ্যান দিয়ক।

    মীনঃ কোনো কাম কৰাৰ পূৰ্বে জ্যেষ্ঠৰ পৰা পৰামৰ্শ লওক৷ আনৰ পৰা প্ৰশংসা শুনিব৷ আৱেগ বৰ্জন কৰক। প্ৰেমত সম্পৰ্ক মজবুত হʼব।

    আৰু পঢ়কঃ দুঃখবৰ!ৰাছিয়াৰ আক্ৰমণত ইউক্ৰেইনত ভাৰতীয় ছাত্ৰৰ শোকাৱহ মৃত্যু