১৮ মাৰ্চ,২০২২,শুকুৰবাৰ
মেষ ৰাশি – দিনটো শুভ। পৰিয়ালৰ যতন লওক৷ বন্ধুৰ সৈতে সম্পৰ্ক উন্নত ৷প্ৰেমৰ ক্ষেত্ৰত দিনটো ভাল।সংগীৰ সৈতে লগ হৈ কোনো ভাল সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। প্ৰেমৰ প্ৰস্তাৱ পাব পাৰে।
বৃষ ৰাশি – ধন উপাৰ্জনৰ ক্ষেত্ৰত দিনটো শুভ৷ কৰ্ম জীৱনত সুনাম৷ আজি সকলো অশান্তিৰ কাৰণ দূৰ হʼব৷জীৱনসংগীৰ কোনো কথাই মনত কষ্ট দিব পাৰে। সন্তানৰ শুভ।
মিথুন ৰাশি – কাৰ্যালয়ত প্ৰশংসা পাব। নতুনকৈ কোনো পৰিকল্পনা নকৰিব৷ প্ৰকৃত প্ৰেমৰ বিশ্বাস নেহেৰুৱাবলৈ যত্ন কৰিব। জীৱনসংগীৰ সৈতে সম্পৰ্ক উন্নত।
কৰ্কট ৰাশি- কৰ্ম জীৱনত পদোন্নতি হʼব। সুনাম বৃদ্ধি৷ জীৱনসংগী অথবা প্ৰেমাস্পদৰ কোনো কথাই মনত দুখ দিব পাৰে। ঘৰুৱা সমস্যা বাঢ়িব পাৰে।
সিংহ ৰাশি – কিছু চিন্তাত পাৰ হব দিনটো। প্ৰেমিক-প্ৰেমিকাৰ মাজত মনোমালিন্য। বন্ধুৰ সৈতে হোৱা সংযোগত আনন্দ লাভ কৰিব৷ ভাল খবৰ লাভৰ সম্ভাৱনা৷
কন্যা ৰাশি- প্ৰেমত শুভ৷ পৰিয়ালৰ সৈতে ভ্ৰমণ হʼব পাৰে৷ পৰিয়ালৰ আনন্দ৷ উপহাৰো পোৱাৰ সম্ভাৱনা। ব্যৱসায়ত লাভ।
তুলাৰাশি – প্ৰেম-ৰোমাঞ্চেৰে ভৰা হব দিনটো। স্বাস্থ্যত মনোযোগ দিয়ক। ব্যৱসায়ত ক্ষতি। কাৰ্যালয়ত অশান্তি।
বৃশ্চিক ৰাশি – বিবাহৰ খবৰ আহিব পাৰে। যুক্তিৰে সকলো কথা বিবেচনা কৰক৷ প্ৰেমাস্পদৰ সৈতে যাত্ৰাৰ সম্ভাৱনা। স্বামী-স্ত্ৰীৰ সম্পৰ্কৰ মাজত মধুৰতা আহিব।
ধনু ৰাশি – কোনো কথাই আমনি কৰিব। স্বামী স্ত্ৰীৰ মাজত কোনো ভুল বুজাবুজি হব পাৰে, কিছু সাৱধানে কথা বতৰা হব। ব্যৱসায়ত লাভ হʼব ৷ প্ৰেমৰ সম্পর্ক ভাল হʼব৷
মকৰ ৰাশি- মূৰৰ বিষ হব। জীৱনত কোনো বিশেষ ব্যক্তিৰ আগমনৰ সম্ভাৱনা। স্বামী স্ত্ৰীৰ মাজত কিছু সমস্যা আহিব পাৰে। কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব৷ লক্ষ্যত সফল৷
কুম্ভ ৰাশি – দিনটো কিছু খেলিমেলি হ’ব পাৰে৷ স্বাস্থ্যৰ যতন লওক৷ প্ৰেমৰ ক্ষেত্ৰত দিনটো মধ্যমীয়া। স্বামী স্ত্ৰীৰ মাজত সম্পৰ্ক মধুৰ হব। পৰাপক্ষত অন্য লোকৰ পৰামৰ্শ গ্ৰহণ নকৰিব।
মীন ৰাশি – দিনটো শুভ। বিবাহৰ কথা আগবাঢ়িব। প্ৰেমৰ বাধা আঁতৰ হব। কর্মত মনোযোগ দিয়ক৷ নতুন পৰিকল্পনা নকৰিব৷ জ্যেষ্ঠজনৰ পৰামৰ্শ গ্ৰহণ কৰক৷
Leave A Comment