• ১৫ মাৰ্চৰ ৰাশিফলত আপোনাৰ দিনটো কেনে যাব চাওঁ আহক

    জীৱন শৈলী
    ১৫ মাৰ্চৰ ৰাশিফলত আপোনাৰ দিনটো কেনে যাব চাওঁ আহক
    ৩০ ফাগুন, মঙলবাৰ ইং ১৪ মাৰ্চ

    ১. মেষ ৰাশি- আজিৰ দিনটোত কৰ্মক্ষত্ৰত উন্নতি হ'ব৷ কৰ্মব্যস্ততা বৃদ্ধিৰ যোগ দেখা যায়। ভ্ৰমণত শুভ।

    ২. বৃষ ৰাশি -বন্ধুৰ সৈতে সংঘাত। পতি-পত্নীৰ সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়। শৰীৰ অসুস্থ।

    ৩. মিথুন ৰাশি- ভ্ৰমণৰ সুযোগ লাভ কৰিব৷ কৰ্মত শুভ। মনৰ আশা ভংগ হোৱাৰ যোগ দেখা যায়৷

    ৪. কৰ্কট ৰাশি -শুভ কাম লাভ কৰিব৷ উত্তম ভোজন লাভ কৰিব। প্ৰেমত হতাশা। শৰীৰ ভালে থাকিব।

    ৫. সিংহ ৰাশিৰ - কৰ্মত আনৰ সহায় সহযোগিতা লাভ কৰিব৷ আৰ্থিক দিশত শুভ হ'ব। মানসিক শান্তি বাঢ়িব।

    ৬. কন্যা ৰাশি - ধন কমিব৷ মিচা অপবাদ দূৰ হ'ব। প্ৰেমত শান্তি। বিদ্যাৰ্থীৰ চিন্তা।

    ৭. তুলা ৰাশি - ধন সঞ্চয় হ'ব৷ মনত সামান্য চিন্তা বৃদ্ধিৰ যোগ দেখা যায়। প্ৰেমত বিচ্ছেদৰ যোগ।

    ৮. বৃশ্চিক ৰাশি - আপোনজনক লগ পাব। মনৰ আশা পূৰণ। আজি আপুনি কৰ্মক্ষত্ৰত সজাগ হোৱাটো ভাল হ'ব। মাতৃক লৈ চিন্তা।

    ৯. ধনু ৰাশি - আজিৰ দিনটোত কৰ্মক্ষেত্ৰত অশুভ। প্ৰতাৰণাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়। দাঁতৰ বিষ হ'ব।

    ১০. মকৰ ৰাশি- বন্ধুৰ সৈতে মিলন। শৰীৰত এলাহ ভাৱ বাঢ়িব। স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ'ব। বাহিৰা খাদ্য নাখাব।

    ১১. কুম্ভ ৰাশি -আনৰ সন্মান পাব৷ মনৰ উৎসাহ বৃদ্ধি। স্বাস্থ্যৰ চিন্তা দূৰ হব। প্ৰেমত শুভ। ভ্ৰমণৰ যোগ।

    ১২. মীন ৰাশি- বন্ধুৰ সৈতে সংঘাত দূৰ হ'ব৷ মনৰ ভয় আঁতৰিব। প্ৰেমত শান্তি। ঘৰুৱা পৰিৱেশ ভাল হ'ব।