• ১৭ মাৰ্চৰ দিনটোত কি লিখা আছে আপোনাৰ ভাগ্যত...চাওক ৰাশিফল

    জীৱন শৈলী
    ১৭ মাৰ্চৰ দিনটোত কি লিখা আছে আপোনাৰ ভাগ্যত...চাওক ৰাশিফল
    ১৭ মাৰ্চ,২০২২, বৃহস্পতিবাৰ

    মেষ ৰাশি: মন আনন্দত থাকিব৷ কৰ্মক্ষেত্ৰত সুনাম ৷ বাহিৰলৈ যাওঁতে সতৰ্কতা অৱলম্বন কৰা উচিত৷ স্বাস্থ্য ভালে থকাত মনোযোগ দিব। সন্তানক লৈ সুখী।

    বৃষ ৰাশি: দিনটো প্ৰায় ভাল হʼব৷ ভাল কাম কৰিবলৈ মন মেলিব ৷ কৰ্মত দক্ষতা। প্ৰেমত শান্তি। পৰিয়ালত আনন্দ।

    মিথুন ৰাশি: দিনটো প্ৰায় ভাল ৷ সুস্থিৰে যিকোনো সিদ্ধান্ত গ্ৰহণ কৰিব ৷ নতুন মানুহৰ সৈতে আজি সংযোগ হব। স্বাস্থ্য সুস্থ।

    কৰ্কট ৰাশি: জীৱনৰ বহুতো ক্ষেত্ৰত সফল হʼব৷ ন ন পৰিকল্পনা কৰিব পাৰে। সন্তানৰ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব৷ প্ৰেমত শান্তি।

    সিংহ ৰাশি: শুভ দিন৷ ব্যৱসায়ত সতৰ্কতা অৱলম্বন কৰিব৷ কোনো ব্যক্তিৰ লগত সংঘাত হʼব৷ পৰি আঘাত পাব পাৰে।

    কন্যা ৰাশি: খং-ৰাগ পৰিহাৰ কৰিব ৷ মূৰৰ বিষ হোৱাৰ সম্ভাৱনা ৷ কর্মত শান্ত হৈ থাকি কাম কৰিব ৷ মানসিক আৰু শাৰীৰিক দিশত অলপ সমস্যাই দেখা দিব ৷ পৰিয়ালৰ লগত সম্পৰ্ক ভাল হ’ব ৷

    তুলা ৰাশি: ব্যৱসায়ত সফল লাভ হʼব ৷ কৰ্মক্ষেত্ৰত প্ৰশংসা লাভ ৷ প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ পদোন্নতি লাভ৷ মাতৃৰ স্বাস্থ্য ভালে নাযাব।

    বৃশ্চিক ৰাশি: দিনটো প্ৰায় ভাল ৷ নতুন সামগ্ৰী কিনিব পাৰিব। প্ৰেমত শুভ ৷ ঘৰুৱা সম্পর্কত মনোযোগ দিব৷ আয় বৃদ্ধি ৷

    ধনু ৰাশি: স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক ৷ মানসিক অশান্তি বাঢ়িব৷ ব্যবসায়ত লাভ।কথা কওঁতে সাৱধান। প্ৰেমত কাজিয়া।

    মকৰ ৰাশি: স্বাস্থ্য ভালে যাব ৷ পৰিয়ালত খৰচ বৃদ্ধি হʼব পাৰে৷ ভালপোৱা কিবা বস্তু আজি লাভ কৰিব।  মন পচন্দৰ খাদ্য খাবলৈ পাব। অফিচত সতৰ্কতা অৱলম্বন কৰক ৷

    কুম্ভ ৰাশি: স্বাস্থ্য ভালে যাব ৷ বন্ধুৰ লগত ভাল ৷ ঘৰলৈ আলহীৰ আগমন। পৰিকল্পনা সফল হব। প্ৰেমৰ বাধা দূৰ হব।

    মীন ৰাশি: শুভ দিন৷ ব্যৱসায় আৰু কাৰ্যক্ষেত্ৰত সফল হʼব৷ সৃষ্টিশীল কামৰ প্ৰতি আগ্ৰহ বাঢ়িব। প্ৰেমত মনোমালিন্য