৩ মাৰ্চ,২০২২, বৃহস্পতিবাৰ
মেষ ৰাশি: ঘৰখনত মনোৰম পৰিৱেশৰ সৃষ্টি হব। আলহী আহিব। খৰচ বাঢ়িব। প্ৰেমত সফলতা। খং নিয়ন্ত্ৰণ কৰক।
বৃষ ৰাশি: শুভ দিন৷ ব্যৱসায়ীসকলৰ শুভ। চাকৰিয়ালসকলৰো শুভ। প্ৰেমত মধ্যম। শিক্ষাৰ্থীৰ অসফলতা।
মিথুন ৰাশি: এলাহ বৃদ্ধি পাব৷ কামত মনোযোগ কমিব। সংসাৰত খেলিমেলিৰ সৃষ্টি হ’ব পাৰে৷ আঘাত পাব পাৰে, সতৰ্কতা অৱলম্বন কৰা উচিত।
কৰ্কট ৰাশি: কঠোৰ পৰিশ্ৰম কৰিলে সফলতা লাভ কৰিব৷ বন্ধুৰ সৈতে সাক্ষাৎ। নতুন বাহন ক্ৰয় কৰাৰ মন মেলিব। ঘৰলৈ শত্ৰুৰ আগমন।
সিংহ ৰাশি: স্বামী-স্ত্ৰীৰ মাজত কাজিয়া হোৱাৰ সম্ভাৱনা। সমস্যা বৃদ্ধি৷ মনৰ নেতিবাচকতা বৃদ্ধি৷ ব্যৱসায়ীসকল সাৱধানে থাকক, ঠগ খাব পাৰে।
কন্যা ৰাশি: চাকৰিয়াল আৰু ব্যৱসায়ীসকলৰ বাবে শুভ দিন৷ স্বাস্থ্য বেয়া হ’ব পাৰে৷ বাহিৰা বস্তু নাখাব। মাতৃৰ স্বাস্থ্যক লৈ চিন্তা।
তুলা ৰাশি: প্ৰেমত সংঘাত৷ সন্তানক লৈ চিন্তা। খৰচৰ মাত্ৰা বাঢ়িব। জুইৰ পৰা সাৱধান।
বৃশ্চিক ৰাশি: যাত্ৰাত শুভ। মনলৈ নতুন কামৰ চিন্তা আহিব। মানসিক দিশ উন্নত। স্বাস্থ্য মধ্যম।
ধনু ৰাশি: শুভ দিন৷ উপাৰ্জন বৃদ্ধি পাব৷ স্বাস্থ্যত গুৰুত্ব দিয়ক। প্ৰেমত শুভ। বন্ধুৰ সৈতে আনন্দ উপভোগ কৰাৰ দিন আজি।
মকৰ ৰাশি: মনত কোনো কথাক লৈ খেলিমেলিৰ সৃষ্টি হ’ব পাৰে৷ কর্মত ধ্যান দিয়ক। প্ৰশংসা লাভ। ধৈৰ্য্যশীলসকল লাভৱান হ’ব ৷
কুম্ভ ৰাশি: আনন্দময় দিন হʼব৷ পৰিয়ালত শুভ। বহুদিনীয়া পৰিকল্পনা সফল হʼব৷ অনাৱশ্যকীয় চিন্তাবোৰ নকৰিব, স্বাস্থ্যত প্ৰভাৱ পৰিব।
মীন ৰাশি: দাম্পত্য জীৱন মধুৰ হ’ব৷ প্ৰেমৰ সম্পর্ক আগতকৈ উন্নত৷ পৰিয়ালৰ সৈতে মনৰ মিল বাঢ়িব। যাত্ৰা নকৰাই মংগল।
Leave A Comment