আঞ্চলিক
২৪ আহিন, বুধবাৰ, ইং ২০ অক্টোবৰ ২০২১
মেষ ৰাশিঃ মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে আজিৰ দিনটো ভ্ৰমণত শুভ। ধন ক্ষণস্থায়ী হোৱাৰ লগতে কোনো দুষ্ট লোকে বেয়া প্ৰভাৱ পেলাব পাৰে।
বৃষ ৰাশিঃ বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভাশুভকাৰক। সৃষ্টিশীল কৰ্মই আনন্দ দিব। আৰ্থিক দিশত শক্তিশালী হোৱাৰ সম্ভাৱনা। প্ৰেমত শুভ।
মিঠুন ৰাশিঃ মিঠুন ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত মাদক দ্ৰব্য এৰাই চলক। পৰিয়ালৰ লোকৰ লগত সময় অতিবাহিত কৰিলে সুখলাভৰ যোগ। দূৰ ভ্ৰমণৰ পৰিকল্পনা বাতিল হ'ব পাৰে।
কৰ্কট ৰাশিঃ কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব পাৰে। অৱসৰ বিনোদনত আনন্দ লাভ কৰিব। বন্ধুৰ সহায় লাভ। শত্ৰুৰপৰা সাৱধানে চলক।
সিংহ ৰাশিঃ সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটো মধ্যমীয়া। গাড়ী চলোৱা সময়ত অধিক সাৱধানতা অৱলম্বন কৰক। প্ৰেমত শুভ।
কন্যা ৰাশিঃ কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো মিশ্ৰিত। প্ৰিয়জনৰ লগত অন্তৰংগ মূহুৰ্ত অতিবাহিত কৰিব। আৰ্থিকত শুভ।
তুলা ৰাশিঃ তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ কিছু মানসিক অশান্তি আহিব পাৰে। অৰ্থলাভৰ যোগ। পাৰিবাৰিক শুভ।
বৃশ্চিক ৰাশিঃ বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটো শুভ। আৰ্থিক তথা ব্যৱসায়ত লাভালাভৰ যোগ। সামাজিক দিশতো শুভ।
ধনু ৰাশিঃ ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো মিশ্ৰিত। অৰ্থ সঞ্চয়ৰ যোগ। পাৰিবাৰিকত কিছু খেলি-মেলিৰ সৃষ্টি হ'ব পাৰে। খৰচত হাত ধৰক।
মকৰ ৰাশিঃ মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ শাৰীৰিক শুভ। অৰ্থলাভৰ যোগ। মাংগলিক কৰ্মত অংশগ্ৰহণে মানসিক শান্তি প্ৰদান কৰিব। প্ৰেমত শুভ।
কুম্ভ ৰাশিঃ কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো মিশ্ৰিত। ঘুৰা-ফুৰা কৰাৰ লগতে বন্ধুৰপৰা সাৱধান! খৰচত হাত ধৰি চলক।
মীন ৰাশিঃ মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজি ব্যৱসায়ত ব্যস্ততা বৃদ্ধি। কৰ্মব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব। সন্ধিয়ালৈ মনৰ আশা পূৰণ হ'ব পাৰে।
Leave A Comment