• ৰাশিফলত আপোনাৰ দিন! বৃষ, মিথুন, বৃশ্চিক ৰাশি সজাগ নহ'লে ঘটিব পাৰে অঘটন৷

    জীৱন শৈলী
    ৰাশিফলত আপোনাৰ দিন! বৃষ, মিথুন, বৃশ্চিক ৰাশি সজাগ নহ'লে ঘটিব পাৰে অঘটন৷

    ২০আহিন , শনিবাৰ, ইং ১৬ অক্টোবৰ ২০২১
    ১. মেষ ৰাশি (অ,ল) : - মেষ ৰাশি জাতক-জাতিকাসকলৰ আজিৰ দিনটোত বিদ্যাৰ্থী সকলৰ শুভ হ'ব, ভ্ৰমণত শুভ হ'ব, লগতে ধন সন্মান লাভ হোৱাৰ যোগ দেখা যায় ।





    ২. বৃষ ৰাশি( উ,ব,ই) : - বৃষ ৰাশি জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ উন্নতি হ'ব, যদিও সজাগ নহ'লে আপোনাৰ মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।





    ৩. মিথুন ৰাশি ( ক,ছ) : - মিথুন ৰাশি জাতক-জাতিকা সকলৰ আজিৰ দিনটোত মনত সামান্য জেদ ভাৱ বাঢ়িব, ভ্ৰমণত শুভ হ'ব, যদিও আজি আপুনি আপোনাৰ স্বাস্থ্যৰ প্ৰতি সজাগ হ'ব।





    ৪. কৰ্কট ৰাশি( ড,হ) : - কৰ্কত ৰাশি জাতক-জাতিকাসকলৰ আজিৰ দিনটোত উত্তম ভোজন লাভ হ'ব, কৰ্মত উন্নতি হ'ব, লগতে আজি আপোনাৰ প্ৰেমত শুভ হোৱাৰ যোগ দেখা যায়।





    ৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত জড়িত হোৱাৰ সুযোগ লাভ কৰিব, আত্মীয় আগমন হ'ব, যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য চিন্তা বৃদ্ধি হোৱাটো ভাল হ'ব।





    ৬. কন্যা ৰাশি (প,ঠ) : - কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ভ্ৰমণত শুভ হ'ব, আজি আপোনাৰ কৰ্মত যশস্যা লাভ হ'ব যদিও আজি ঠগ প্ৰৱঞ্চকৰ পৰা সাৱধান হ'ব।





    ৭. তুলা ৰাশি (ৰ,ত): - তুলা ৰাশি জাতক-জাতিকাসকলে আজিৰ দিনটোত শিক্ষক সকলৰ শুভ হ'ব, কৰ্মত বিপৰীত লিংগৰ পৰা সহাঁৰি লাভ হ'ব, লগতে আজি আপোনাৰ প্ৰেমত শুভ হোৱাৰ যোগ দেখা যায়।





    ৮. বৃশ্চিক ৰাশি (ন,য): - বৃশ্চিক ৰাশি জাতক-জাতিকাসকলৰ আজিৰ দিনটোত বন্ধু লাভ হ'ব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।





    ৯. ধনু ৰাশি (ধ,ভ): - ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত উৎসাহ বাঢ়িব, প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব,যদিও আজি আপুনি সজাগ নহ'লে সামান্য পাৰিবাৰিক অশান্তি ভাৱ হোৱাৰ যোগ দেখা যায়।





    ১০. মকৰ ৰাশি (খ,জ): - মকৰ ৰাশি জাতক-জাতিকাসকলৰ আজিৰ দিনটোত প্ৰিয় ব্যক্তিৰ সান্নিধ্য লাভ কৰিব,মনত আনন্দ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।





    ১১. কুম্ভ ৰাশি(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজি দিনটোত কৰ্মক্ষেত্ৰ মৰ্য্যদা লাভ কৰিব, ৰোগাৰোগ্য হ'ব, যদিও সজাগ নহ'লে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়।





    ১২. মীন ৰাশি- ( দ,চ) :- মীন ৰাশি জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত সুখ বাঢ়িব, মনত আনন্দ বাঢ়িব, যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ'ব।