• কেনে যাব আজি বুধবাৰৰ দিনটো? ৰাশিফল চাই জানো আহক

    জীৱন শৈলী
    কেনে যাব আজি বুধবাৰৰ দিনটো?  ৰাশিফল চাই জানো আহক
    ২৮/০৮/২৪, বুধবাৰ


    মেষ- স্বাস্থ্য ভালে থাকিব।ব্যৱসায়ত লাভ। কাৰোৰে লগত তৰ্ক নকৰিব। সন্তানৰ স্বাস্থ্যই কিছু চিন্তিত কৰিব। অগ্নিৰ পৰা দূৰত থাকিব। 

    বৃষ- ঘৰলৈ নতুন বস্তু আহিব। স্বাস্থ্য ভালে থাকিব। সংসাৰত শুভ। কৰ্ম স্থানত অশান্তি। প্ৰেমত মংগল।ভাল খবৰ লাভ কৰিব। 

    মিথুন- যিকোনো অভাৱ দূৰ হ’ব । পৰিয়ালৰ লোকৰ সৈতে ভ্ৰমণৰ যোগ। হাতলৈ আকস্মিক ধন আহিব পাৰে। 

    কৰ্কট- কাৰোবাৰ লগত তৰ্ক হ’ব পাৰে। হতাশা আহিব। পঢ়াত মধ্যম। ৰাজনীতিৰ বাবে দিনটো শুভ। কুকুৰৰ পৰা দূৰত থাকিব।

    সিংহ- সাৱধান হওক। পৰিয়ালৰ প্ৰতি যত্ন লওঁক। ব্যৱসায়ত লাভ হোৱাৰ সম্ভাৱনা আছে। নিজক সুখী ৰাখিবলে চেষ্টা কৰক। মনৰ আশা পুৰণ হ’ব পাৰে।

    কন্যা- মনত দুখ পাব। প্ৰেমত বাধা। দুপৰীয়াৰ পিছত স্বাস্থ্য কিছু ভালে নাযাব।  পুৰণি পৰিকল্পনা সম্পূৰ্ণ হ’ব।

    তুলা- কামৰ প্ৰতি দায়বদ্ধতা থাকিব। ঘৰৰ পৰা ওলাই যাওঁতে সাৱধানে যাওক। পৰিয়ালৰ লগত বিবাদ হ’ব পাৰে। প্ৰেমত সম্পৰ্ক ভাল হ’ব। 

    বৃশ্চিক- আমদানি-ৰপ্তানিৰ কাম কৰা লোক সকল উপকৃত হ’ব। আনৰ আবেগক শ্ৰদ্ধা কৰক। খৰছৰ মাত্ৰ কম কৰক। ধৰ্মীয় স্থান ভ্ৰমণৰ সম্ভাৱনা আছে। 

    ধনু- ঘৰলৈ আলহীৰ আগমন হ’ব পাৰে। ব্যৱসায়ীৰ বাবে লোকচানৰ দিন । মনটো অসুখী হ’ব। পেটৰ বিষত ভুগিব পাৰে। 

    মকৰ- বেপাৰ-বাণিজ্যত মধ্যম। সন্তানৰ স্বাস্থ্যই চিন্তাত পেলাব।মানসিক চিন্তা বাঢ়িব। পানী জমা হোৱা ঠাইৰ পৰা আঁতৰি থাকিব। কথা কোৱাৰ ক্ষেত্ৰত সংযম হ’ব। 

    কুম্ভ-  হাতত থকা ধন হেৰুৱাব পাৰে।  খং কমাব। অন্যথা লোকচান আপোনাৰ হ’ব। গাড়ীৰ পৰা সাৱধানে থাকিব।বুকুৰ বিষ হ’ব পাৰে।

    মীন- কৰ্মত উন্নতি। অহংকাৰ নকৰিব। ভ্ৰমণৰ যোগ। স্বাস্থ্য উন্নত। প্ৰেমত শান্তি। পতি-পত্নীৰ মাজত মতানৈক্যৰ সম্ভাৱনা। আলহী অহাৰ সম্ভাৱনা অধিক ।